গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি | অধ্যায় ৯ | Class 12 Political Science Lesson 9 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 9 Solution | HS 2nd Year Political Science Chapter 9 Common Answer Assam | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৯ গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি

প্ৰশ্নমালাঃ

১। ১৯৮৯ চনৰ পৰৱৰ্তী সময়ছোৱাৰ ভাৰতীয় ৰাজনীতিৰ প্ৰধান বিষয়সমূহ  লিখা। ৰাজনৈতিক দলৰ কেনেধৰণৰ সুকীয়া গঠনে এই পাৰ্থক্যবোৰ প্ৰতিফলিত কৰে? 

উত্তৰঃ 

২।সংযুক্ত ৰাজনীতিৰ নতুন যুগ সূচনা হোৱাৰ ফলত ৰাজনৈতিক দলবোৰৰ মতাদৰ্শ গোষ্ঠীভুক্ত বা গোষ্ঠীনিৰপেক্ষ হয়। এই বিবৃতিটোৰ সপক্ষে বা বিপক্ষে কি যুক্তি তুমি আগবঢ়াবা।

উত্তৰঃ 

৩। জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী কালত ভাৰতীয় জনতা দলক এক শক্তিশালী দল হিচাপে আলোচনা কৰা।

উত্তৰঃ 

৪।কংগ্ৰেছ দলৰ আধিপত্য হ্ৰাস হোৱা স্বত্বেও দেশৰ ৰাজনীতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বিৰাজমান । তুমি এই কথাত সন্মত নে?— যুক্তি দৰ্শোৱা।

উত্তৰঃ  

৫। বহু লোকে ভাৱে যে গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ কাৰণে দ্বি-দলীয় ব্যৱস্থা থাকিব লাগে। কুৰি বছৰৰ ভাৰতৰ অভিজ্ঞতাৰ পৰা বৰ্তমানৰ দল ব্যৱস্থাৰ সুবিধাৰ ওপৰত এখন ৰচনা লিখা।

উত্তৰঃ 

৭।  বস্তুনিষ্ঠ প্ৰশ্নঃ

(ক) নেচনেল ফ্ৰন্টে কোন চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ  

(খ) নেচনেল ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ 

(গ) ১৯৯১ চনৰ নিৰ্বাচনত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ 

(ঘ) নেচনেল ফ্ৰন্ট চৰকাৰক বাহিৰৰ পৰা কোন কোন ৰাজনৈতিক দলে সমৰ্থন দিছিল?

উত্তৰঃ 

(ঙ) জনতা দল কোন চনত গঠন হয়?

উত্তৰঃ 

(চ) ভাৰতীয় জনতা পাৰ্টি কোন চনত গঠন হয়?

উত্তৰঃ 

(ছ)ইউনাইটেড ফ্ৰন্ট চৰকাৰত কেইটা ৰাজনৈতিক দল আছিল?

উত্তৰঃ 

(জ)নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত কেইটা ৰাজনৈতিক দল আছিল?

উত্তৰঃ 

(ঝ) ইউ পি এ• (UPA) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ

(ঞ) আৰ এচ এচ (RSS) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ

(ট)ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?

উত্তৰঃ 

৮। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত বিশ্বনাথ প্ৰতাপ সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।

উত্তৰঃ 

(খ) ১৯৮৪ চনত কংগ্ৰেছ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰে।

উত্তৰঃ

(গ) জনমৰ্চা নেচনেল ফ্ৰন্টৰ অংশীদাৰ দল আছিল।

উত্তৰঃ 

(ঘ) কংগ্ৰেছ (S) দলে জনতা দলত চামিল হৈছিল ।

উত্তৰঃ                                                                                                                                                                                    

৯। খালী ঠাই পূৰণ কৰাঃ

(ক) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত ১৩  টা ৰাজনৈতিক দল আছিল।

(খ) হিন্দুত্ব  ভাৰতীয় জনতা পাৰ্টি ৰ ৰাজনৈতিক মতাদৰ্শ।

(গ) ইউ•পি•এ চৰকাৰে প্ৰথমবাৰৰ বাবে  ২০০৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰে।

১০। চমু প্ৰশ্নঃ

(ক) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ 

(খ) আঞ্চলিক দলৰ উশ্থানৰ দুটা কাৰণ লিখা।

উত্তৰঃ

(গ) আঞ্চলিক ৰাজনৈতিক দলৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ 

(ঘ) জনতা দলৰ পতনৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃ 

(ঙ) ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ দুটা অংশীদাৰ দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ

(চ) কেন্দ্ৰত কেতিয়াৰ পৰা মৰ্চা চৰকাৰৰ সূচনা হৈছিল? প্ৰথম মৰ্চা চৰকাৰ কোনটো আছিল?

উত্তৰঃ  

(ছ) ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰক লিখা।

উত্তৰঃ 

(জ) ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

(ঝ) সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

১১। চমুটোকাঃ

(ক) ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল।

উত্তৰঃ 

(খ) মৰ্চা চৰকাৰত অনা-নীতিগত মিত্ৰতা।

উত্তৰঃ   

(গ) জনতা দলৰ উশ্থান।

উত্তৰঃ 

(ঘ) ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতীয় ৰাজনীতিত প্ৰভাৱ।

উত্তৰঃ  

(ঙ) ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ পতনৰ কাৰণসমূহ।

উত্তৰঃ

(চ) ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান ভূমিকা ।

উত্তৰঃ 

(ছ) আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ কাৰণসমূহ।

উত্তৰঃ 

১২। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ওলোমা সংসদ কি? ভাৰতৰ সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা ওলোমা সংসদ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

(খ) জনতা দলৰ নিৰ্বাচনী সফলতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

(গ) ভাৰতীয় ৰাজনীতিত মিত্ৰতাৰ ৰাজনীতিৰ সম্পৰ্কে মূল্যায়নমূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ

(ঘ) ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সফলতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

(ঙ) মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 

(চ) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ আলোচনা কৰা।

উত্তৰঃ 

(ছ) মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ 

(জ) কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ