লাছাৰ বণিকসকলে কৰ পৰা বিভিন্ন সামগ্ৰী কিনি আনি অসমৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিছিল?

উত্তৰঃ লাছাৰ বণিকসকলে চীনৰ পৰা বিভিন্ন সামগ্ৰী কিনি আনি অসমৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিছিল।