ক’ত ‘গৌলিকাম’ নামৰ ৰূপৰ মুদ্ৰাৰ কামৰূপত প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়?

উত্তৰঃ- অৰ্থশাস্ত্ৰত ‘গৌলিকাম’ নামৰ ৰূপৰ মুদ্ৰাৰ কামৰূপত প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়।