আধুনিক ইউৰোপৰ উত্থানত আৰু বিকাশত কি আৱিষ্কাৰে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল ?

উত্তৰঃ আধুনিক ইউৰোপৰ উত্থানত আৰু বিকাশত ভৌগোলিক আৱিষ্কাৰে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল ।