কলম্বাচৰ বাবে মহান সাফল্য আৰু তেওঁৰ এই নতুন আৱিষ্কাৰক কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ কলম্বাচৰ বাবে মহান সাফল্য আৰু তেওঁৰ এই নতুন আৱিষ্কাৰক ‘নতুন বিশ্ব’ আখ্যা দিয়া হৈছিল ।