ইটালীৰ নৱজাগৰণৰ দুখন গুৰুত্বপূৰ্ণ স্থান কি ?

উত্তৰঃ ইটালীৰ নৱজাগৰণৰ দুখন গুৰুত্বপূৰ্ণ স্থান আছিল ফ্লোৰেন্স আৰু ৰোম ।