মানৱতাবাদৰ প্ৰধান ৰচকসকল কোন কোন আছিল ?

উত্তৰঃ মানৱতাবাদৰ প্ৰধান ৰচকসকল আছিল- মাইকেলএঞ্জোলো, মেকিয়াভেলী, লিওনাৰ্দো-দা-ভিন্সি, দাণ্টেলো, বট্ৰিচেলি, ৰোবিয়া, ফিচিনো ভেৰোচিও, পেৰুগিন, আৰু গুইচিয়াৰদিনি ।