কোনে কামৰূপৰ ৰজা ঘটকক পৰাজয় কৰি কীৰাটসকলক কামৰূপৰ পৰা খেদি পঠাইছিল?

উত্তৰঃ- নৰকে কামৰূপৰ ৰজা ঘটকক পৰাজয় কৰি কীৰাটসকলক কামৰূপৰ পৰা খেদি পঠাইছিল।