কি লিপিত আৰ্য্যধৰ্মৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰিছিল?

উত্তৰঃ- নিধানপুৰ লিপিত আৰ্য্যধৰ্মৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰিছিল।