ইটালীৰ ৰেনেচাঁৰ পতনৰ মুখ্য কাৰণ কি ?

উত্তৰঃ ইটালীৰ ৰেনেচাঁৰ পতনৰ মুখ্য কাৰণ আছিল প্ৰতিসংস্কাৰ ।