কামৰূপৰ আন দুজন বিখ্যাত পণ্ডিত কোন আছিল?

উত্তৰঃ- কামৰূপৰ আন দুজন বিখ্যাত পণ্ডিত আছিল বিশাখাদত্ত আৰু কুমাৰিলভট্ট।