ভূমিদানৰ উপৰিও কামৰূপৰ ৰজাসকলে আৰু কি কি দান কৰিছিল?

উত্তৰঃ- ভূমিদানৰ উপৰিও কামৰূপৰ ৰজাসকলে গৃহদান, ধনদান, ৰত্ন-অলংকাৰ দান, গাঁও আদি দান কৰিছিল।