তেজপুৰ তামৰ ফলি মতে ৰজা বনমালাই কি কি দান কৰিছিল?

উত্তৰঃ- তেজপুৰ তামৰ ফলি মতে ৰজা বনমালাই সোণ, ৰূপ, হাতী, ঘৰ আৰু নাৰী দান কৰিছিল।