ৰত্নপালৰ বৰগাঁও তামৰ ফলিত কিহৰ বৰ্ণনা দিয়া হৈছে?

উত্তৰঃ- ৰত্নপালৰ বৰগাঁও তামৰ ফলিত শিৱৰ তাণ্ডৱ নৃত্যৰ বৰ্ণনা দিয়া হৈছে।