বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ কি শক্তি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল ।