কাৰ ফলিত শিৱক শঙ্কৰ আৰু হৰ বুলি কোৱা হয়?

উত্তৰঃ- ইন্দ্ৰপালৰ গুৱালকুছি তামৰ ফলিত শিৱক শঙ্কৰ আৰু হৰ বুলি কোৱা হয়।