অসমৰ শক্তি পূজাৰ প্ৰধান কেন্দ্ৰস্থল কোনটো মন্দিৰত?

উত্তৰঃ- অসমৰ শক্তি পূজাৰ পূজাৰ কেন্দ্ৰস্থল কামাখ্যা মন্দিৰত।