দশমহাবিদ্যাৰ শক্তি কি কি?

উত্তৰঃ- দশমহাবিদ্যাৰ শক্তি হ’ল- কালি, বগলা,চিন্নমষ্টা, মাতঙ্গী, ভূৱনেশ্বৰী, তাৰা, ষোড়ষী, ধুমাৱতী, ত্ৰিপুৰা-সুন্দৰী আৰু ভৈৰৱী।