পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথম ব্য়ৱহাৰ কৰা ব্য়ক্তিগৰাকী কোন?

উত্তৰঃ আইজেৰ পিটমেনে পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে ব্য়ৱহাৰ কৰিছিল।