পালসকলৰ ৰাজত্বকালত নিৰ্মাণ হোৱা মন্দিৰ কেইটা কি কি?

উত্তৰঃ- পালসকলৰ ৰাজত্বকালত নিৰ্মাণ হোৱা মন্দিৰ কেইটা হল- দেৱস্থান, ডকমকাৰ, বৰগঙ্গা, বুঢ়াগোহাই থান আৰু আকাশী গংগা।