কোনখন ফলিৰ শেষত গডুৰ, পদ্ম, শঙ্খ আৰু চক্ৰৰ উল্লেখ কৰা হৈছে?

উত্তৰঃ- ভূমিদানৰ তামৰ ফলিৰ শেষত গডুৰ, পদ্ম, শঙ্খ আৰু চক্ৰৰ উল্লেখ কৰা হৈছে।