মহীৰঙ্গা দানৱৰ উত্তৰাধিকাৰীসকল কোন আছিল?

উত্তৰঃ- মহীৰঙ্গা দানৱৰ উত্তৰাধিকাৰীসকল আছিল হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ।