ঘটকাসুৰৰ সময়ত কোনে কাৰ সহায়ত কামৰূপ আক্ৰমণ কৰিছিল আৰু কাক বধ কৰি কামৰূপত এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ- ঘটকাসুৰৰ সময়ত শ্ৰীকৃষ্ণৰ সহায়ত নৰকে কামৰূপ আক্ৰমণ কৰিছিল আৰু ঘটকক বধ কৰি কামৰূপত এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।