নৰকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় ভৌম বংশ বোলা হয়?

উত্তৰঃ- নৰকে ভূমি পুত্ৰ হোৱা বাবে তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক ভৌম বংশ বোলা হয়।