ৰেনেচাঁ শব্দটো কোন দুটা ৰূপত ব্যৱহাৰ কৰা হৈছে ?

উত্তৰঃ ৰেনেচাঁ শব্দটো বিশাল আৰু সংকীৰ্ণ দুয়োটা ৰূপত ব্যৱহাৰ কৰা হৈছে ।