মধ্যযুগত খৃষ্টান ধৰ্মৰ কেন্দ্ৰস্থল কি ?

উত্তৰঃ মধ্যযুগত খৃষ্টান ধৰ্মৰ কেন্দ্ৰস্থল আছিল কনষ্টাণ্টিনোপল ।