ইংলেণ্ডত ৰেনেচাঁ প্ৰচাৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ?

উত্তৰঃ ইংলেণ্ডত ৰেনেচাঁ প্ৰচাৰত টিউদৰ সম্ৰাট সপ্তম হেনৰী আৰু অষ্টম হেনৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।