কি কি আখ্যানবোৰত নৰকৰ পুত্ৰ ভগদত্তৰ কাহিনী পোৱা যায়?

উত্তৰঃ- অতীত অসমৰ খোদিত লিপি, কালিকা পুৰাণ, হৰ্যচৰিত আৰু পৌৰাণিক আখ্যানবোৰত নৰকৰ পুত্ৰ ভগদত্তৰ কাহিনী পোৱা যায়।