ভগদত্তৰ মৃত্যুৰ পিছত কোন কামৰূপৰ ৰজা হৈছিল?

উত্তৰঃ- ভগদত্তৰ মৃত্যুৰ পিছত বজ্ৰদত্ত কামৰূপৰ ৰজা হৈছিল।