Class 8 Assamese Chapter 13 MCQs । হোমি জাহাংগীৰ ভাবা ।

হোমি জাহাংগীৰ ভাবা

Chapter 13

১। শৈশৱ কালত সাধাৰণতে শিশুসকলৰ কি গভীৰ হয়?

(ক) টোপনি

(খ) পানী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (ক) টোপনি

২. টোপনি পাতল ল’ৰাজনৰ নাম কি?

(ক) ভট্টদেৱ

(খ) হোমি জাহাংগীৰ ভাবা

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ- (খ) হোমি জাহাংগীৰ ভাবা

৩. কিমান চনত হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল?

(ক) ১৮০৫ চনৰ ৫ জানুৱাৰী

(খ) ১৯০৯ চনৰ ৩০ অক্টোবত

(গ) ১৭৬৭ চনৰ ৭ জুন

উত্তৰঃ- (খ) ১৯০৯ চনৰ ৩০ অক্টোবত

৪. ক_____ক যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) প্ৰ

(খ) ণ্ট

(গ) ক্ৰ

উত্তৰঃ- (খ) ণ্ট

৫. বি_____ত যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) ন্ম

(খ) ত্ৰ

(গ) শ্ৰু

উত্তৰঃ- (গ) শ্ৰু

৬. প্ৰতি____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) জ্ঞা

(খ) ৰূ

(গ) ন্দ

উত্তৰঃ- (ক) জ্ঞা

৭. উপল_____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) প্ৰ

(খ) দ্ধি

(গ) স্ত

উত্তৰঃ- (খ) দ্ধি

৮. বিশেষ_____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) শ্ব

(খ) ন্ত

(গ) ত্ব

উত্তৰঃ- (গ) ত্ব

৯. ম___ত যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) ন

(খ) প

(খ) ৰ

উত্তৰঃ- (ক) ন

১০. নি____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) ষ্ক

(খ) স্ব

(গ) শ্ত

উত্তৰঃ- (খ) স্ব

১১. ___ ___গাৰ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) প্ৰ স্ত

(খ) গ্ৰ ন্থা

(গ) ব্ব ৰূ

উত্তৰঃ- (খ) গ্ৰ ন্থা

১২. ই____ন যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

(ক) ন্ধ

(খ) ৰূ

(গ) প্ৰ

উত্তৰঃ- (ক) ন্ধ

১৩. পল এড্ৰিয়েন মৌৰিচৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৭৯৯ চনত

(খ) ১৮৫৭ চনত

(গ) ১৯০২ চনত

উত্তৰঃ- (গ) ১৯০২ চনত

১৪. তেখেতৰ চিঠিখনৰ নাম কি?

(ক) টাটা

(খ) কেমব্ৰিজ

(গ) কোৱাণ্টাম

উত্তৰঃ- (গ) কোৱাণ্টাম

১৫. তেখেতে কিমান চনৰ পৰা কিমান চনলৈ কেমব্ৰিজ বিশ্ববিদ্য়ালয়ৰ গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন শুৱনি কৰিছিল?

(ক) ১৮৩৬ চনৰ পৰা ১৮৫৬

(খ) ১৯৩২ চনৰ পৰা ১৯৬৯

(গ)১৭৯৮ চনৰ পৰা ১৮৩৫

উত্তৰঃ- (খ) ১৯৩২ চনৰ পৰা ১৯৬৯

১৬. এই আসনখন অতি সন্মানীয় আছিলনে?

(ক) নাছিল

(খ) আছিল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (খ) আছিল

১৭. কিমান চনত পল এড্ৰিয়েন মৌৰিচৰ মৃত্য়ু হৈছিল?

(ক) ১৮৫৬ চনত

(খ) ১৭৫৩ চনত

(গ) ১৯৮৪ চনত

উত্তৰঃ- (গ) ১৯৮৪ চনত

১৮. তেখেত লণ্ডনলৈ কিয় গৈছিল?

(ক) নাচিবলৈ

(খ) গাবলৈ

(গ) ইঞ্জিনিয়াৰিং পঢ়িবলৈ

উত্তৰঃ- (গ) ইঞ্জিনিয়াৰিং পঢ়িবলৈ

১৯. হোমি জাহাংগীৰ ভাবা কেনেকৈ মৃত্য়ু হৈছিল?

(ক) বিমান দুৰ্ঘটনাত

(খ) বেমাৰ হয়

(গ) পথ দুৰ্ঘটনাত

উত্তৰঃ- (ক) বিমান দুৰ্ঘটনাত

২০. ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰি হোমি জাহাংগীৰ ভাবাৰ কিহৰ প্ৰতি ৰুচি আছিল?

(ক) নাচ আৰু হাঁহাঁ

(খ) সংগীত আৰু চিত্ৰাংকন

(গ) পঢ়া আৰু লিখা

উত্তৰঃ- (খ) সংগীত আৰু চিত্ৰাংকন