Class 8 Assamese Chapter 15 MCQs । শিশু-লীলা ।

শিশু-লীলা

Chapter 15

১। শিশু লীলা কবিতাটোৰ কবিৰ নাম কি ?

(ক) শ্ৰী শ্ৰী মাধৱদেৱ

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) শ্ৰী শ্ৰী শংকৰদেৱ

২। কবিৰ জন্ম কেতিয়া হৈছিল ?

(ক) ১৪৪৯

(খ) ১৫৬৮

(গ) ২০০১

উত্তৰঃ- (ক) ১৪৪৯

৩। মহাপুৰুষজনাৰ লক্ষ্য কি আছিল ?

(ক) জাতিটোক সুৰুচিপূৰ্ণ ৰূপে গঢ়ি তোলা

(খ) জাতিটোক সংস্কৃতিৱান ৰূপে গঢ়ি তোলা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

৪। তেখেতৰ দ্বাৰা ৰচিত সকলো গ্ৰন্থৰ উদ্দেশ্য হ’ল পৰমজনাৰ কি কৰা ?

(ক) সন্মান কৰা

(খ) প্ৰণাম কৰা

(গ) শ্ৰৱণ-কীৰ্তন কৰা

উত্তৰঃ- (গ) শ্ৰৱণ-কীৰ্তন কৰা

৫। শিশু-লীলা’ত কাৰ কাৰ কথা কোৱা হৈছে  ?

(ক) যশোদাৰ ,কৃষ্ণৰ

(খ) কৃষ্ণৰ লগৰ শিশু সকল ,বলভদ্ৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

৬। খেলি থকা সময়ত কৃষ্ণই কি খাইছিল ?

(ক) লৱনো

(খ) মাতি

(গ) গাখিৰ

উত্তৰঃ- (খ) মাতি

৭। দিলেক শব্দৰ অৰ্থ কি ?

(ক) দিলে

(খ) নিদিলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) দিলে

৮। খল শব্দৰ অৰ্থ কি ?

(ক) গোচৰ

(খ) অভিযোগ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

৯। একদল শব্দৰ অৰ্থ কি ?

(ক) এলদা

(খ) দুলদা

(গ) তিনিলদা

উত্তৰঃ- (ক) এলদা

১০। হাসি শব্দৰ অৰ্থ কি ?

(ক) কন্দি থকা

(খ) হাঁহি থকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) হাঁহি থকা

১১। ফাৰিবো শব্দৰ অৰ্থ কি ?

(ক) ফালি

(খ) ফালিম

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

১২। চাহন্তে শব্দৰ অৰ্থ কি ?

(ক) চাওঁতে

(খ) নাচাওঁতে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) চাওঁতে

১৩। সুন্দৰী শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) সুন্দৰী

(খ) সুন্দৰ

(গ) অসুন্দৰ

উত্তৰঃ- (খ) সুন্দৰ

১৪। পুত্ৰ শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) পুত্ৰি

(খ) কন্যা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) কন্যা

১৫। ভাই শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) মাক

(খ) দেউতাক

(গ) ভনী

উত্তৰঃ- (গ) ভনী

১৬। আই শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) পিতা

(খ) ভাই

(গ) ভনি

উত্তৰঃ- (ক) পিতা

১৭। দাদা  শব্দৰ বিপৰীত  অৰ্থ কি ?

(ক) ভনি

(খ) ভাই

(গ) নবৌ

উত্তৰঃ- (গ) নবৌ

১৮। নাৰী শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) পুৰুষ

(খ) নৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

১৯। গৰ্ভতে শব্দৰ অৰ্থ কি ?

(ক) বাহিৰত

(খ) ভিতৰতে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) ভিতৰতে

২০। সমুদায় শব্দৰ অৰ্থ কি ?

(ক) সৰল

(খ) সমূহ

(গ) সৱল

উত্তৰঃ- (খ) সমূহ