Class 8 General Science Chapter 10 MCQs । কৈশোৰ প্ৰাপ্তি ।

কৈশোৰ প্ৰাপ্তি

Chapter 10

১. ডাঙৰ দীঘল হোৱাতো কি নিয়ম ?

(ক) সামাজিক নিয়ম

(খ) প্ৰাকৃতিক নিয়ম

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰাকৃতিক নিয়ম

২. জীৱনৰ যিটো কালৰ শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাক কি বুলি কোৱা হয় ? 

(ক) কৈশোৰ কাল

(খ) প্ৰাপ্তবয়ষ্ক

(গ) এটাও নহয়

উত্তৰঃ (ক) কৈশোৰ কাল

৩. কৈশোৰৰ আৰম্ভণি কিমান বছৰ বয়সৰ পৰা কিমান বছৰৰ বয়স পৰ্যন্ত চলি থাকে ?

(ক) প্ৰায় ১১ বছৰ বয়সৰপৰা ১৮ বা ১৯ বছৰ পৰ্যন্ত

(খ) প্ৰায় ১১ বছৰ বয়সৰপৰা ১৯ বা ২০ বছৰ পৰ্যন্ত

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰায় ১১ বছৰ বয়সৰপৰা ১৮ বা ১৯ বছৰ পৰ্যন্ত

৪. কি হোৱাৰ লগে লগে কৈশোৰ অৱস্থাৰ সমাপ্তি হয় ?

(ক) স্বৰযন্ত্ৰৰ

(খ) প্ৰজননক্ষম

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰজননক্ষম

৫. প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত আটাইতকৈ চকুত লগা পৰিৱৰ্তন কি ?

(ক) শৰীৰৰ উচ্চতা বৃদ্ধি

(খ) স্বৰযন্ত্ৰৰ বৃদ্ধি

(গ) এটাও নহয়

উত্তৰঃ (ক) শৰীৰৰ উচ্চতা বৃদ্ধি

৬. প্ৰথম অৱস্থাত কাৰ বৃদ্ধি খৰতকীয়াকৈ হয় ?

(ক) ল’ৰাৰ

(খ) ছোৱালীৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ছোৱালীৰ

৭. ____________ ক্ষেত্ৰত স্বৰযন্ত্ৰবোৰ ডাঙৰ হয় ।

(ক) ল’ৰাৰ

(খ) ছোৱালীৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ল’ৰাৰ

৮. কিশোৰ কালত হোৱা পৰিৱৰ্তনসমূহ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

(ক) টেষ্ট’ষ্টেৰনৰ দ্বাৰা

(খ) হৰম’নৰ দ্বাৰা

(গ) এটাও নহয়

উত্তৰঃ (খ) হৰম’নৰ দ্বাৰা

৯. যদি শৰীৰটো পৰিষ্কাৰকৈ ৰখা নহয় তেতিয়া কি হ’ব পাৰে ?

(ক) বেক্টেৰিয়া

(খ) থাইৰ’ক্সিন

(গ) এটাও নহয়

উত্তৰঃ (ক) বেক্টেৰিয়া

১০. নিচাযুক্ত দ্ৰব্য়বোৰ এবিধ _________ ।

(ক) নিচা

(খ) ধানজাতীয় শস্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) নিচা

১১. কৈশোৰ কালত মানৱ শৰীৰত বিভিন্ন পৰিৱৰ্তন সংঘটিত হয়। ইয়াক কি বোলে ?

(ক) প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণি

(খ) কৈশোৰ কালৰ আৰম্ভণি

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণি

১২. কি গ্ৰন্থিয়ে ভিন ভিন হৰম’ন নিঃসৰণ কৰে ?

(ক) পিটুইকাৰী গ্ৰন্থি

(খ) পিটুইটাৰী গ্ৰন্থি

(গ) এটাও নহয়

উত্তৰঃ (খ) পিটুইটাৰী গ্ৰন্থি

১৩. হৰম’নবোৰ কি দ্ৰব্য় ?

(ক) ৰাসায়নিক দ্ৰব্য়

(খ) প্ৰজনন দ্ৰব্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) ৰাসায়নিক দ্ৰব্য়

১৪. ল’ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায় । ইয়াক কি বোলে ?

(ক) স্বৰযন্ত্ৰৰ বিকাশ

(খ) মাতৰ পৰিৱৰ্তন

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৫. __________ স্বৰযন্ত্ৰ সৰু হোৱা বাবে বাহিৰৰ পৰা ইয়াক দেখা নাযায় ।

(ক) ল’ৰাৰ

(খ) ছোৱালীৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ছোৱালীৰ

১৬. ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য় নিৰ্দ্ধাৰণ কৰিব পৰা চৰিত্ৰসমূহক কি বুলি কোৱা হয় ?

(ক) গৌণ লিংগ বৈশিষ্ট্য়

(খ) লিংগ পৰিৱৰ্তন

(গ) এটাও নহয়

উত্তৰঃ (ক) গৌণ লিংগ বৈশিষ্ট্য়

১৭. কি কালত ল’ৰা-ছোৱালীবোৰ ওখ হয় ?

(ক) কিশোৰ কালত

(খ) যৌৱন কালত

(গ) এটাও নহয়

উত্তৰঃ (ক) কিশোৰ কালত

১৮. কিমান দিনৰ পৰা কিমান দিনৰ ভিতৰত একোটা পূৰঠ ডিম্বাণুৰ নিঃসৰণ হয় ?

(ক) ৪৫ৰ পৰা ৫০ দিনৰ ভিতৰত

(খ) ২৮ৰ পৰা ৩০ দিনৰ ভিতৰত

(গ) এটাও নহয়

উত্তৰঃ (খ) ২৮ৰ পৰা ৩০ দিনৰ ভিতৰত

১৯. যদি শৰীৰটো পৰিষ্কাৰকৈ ৰখা নহয় তোতিয়া ___________ৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে ।

(ক) হৰম’ন

(খ) স্বৰযন্ত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

২০. পতংগৰ ৰূপান্তৰণ প্ৰক্ৰিয়াটো কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

(ক) থাইৰ’ক্সিন হৰম’নৰ দ্বাৰা

(খ) পতংগ হৰম’নৰ দ্বাৰা

(গ) এটাও নহয়

উত্তৰঃ (খ) পতংগ হৰম’নৰ দ্বাৰা