Class 8 General Science Chapter 11 MCQs । বল আৰু চাপ।

বল আৰু চাপ

Chapter 11

১. কোনো বস্তুক ঠেলা বা টনা কাৰ্যক কি বুলি কোৱা হয় ?

(ক) চাপ

(খ) বল

(গ) এটাও নহয়

উত্তৰঃ (খ) বল

২. কোনো বস্তুৰ দ্ৰুতি বা ইয়াৰ গতিৰ দিশে নতুবা উভয়ৰে পৰিৱৰ্তন ঘটিলে বস্তুৰ ______________ হোৱা বুলি কোৱা হয় । 

(ক) গতি-অৱস্থা সলনি

(খ) গতি

(গ) এটাও নহয়

উত্তৰঃ (ক) গতি-অৱস্থা সলনি

৩. বল প্ৰয়োগ কৰিলে কি পৰিৱৰ্তন হয় ?

(ক) শক্তিৰ

(খ) বস্তুটোৰ আকৃতিৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) বস্তুটোৰ আকৃতিৰ

৪. মাংশপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলক কি বোলা হয় ?

(ক) পেশীয় বল

(খ) ঘৰ্ষণ বল

(গ) এটাও নহয়

উত্তৰঃ (ক) পেশীয় বল

৫. পেশীয় বলক কি বুলিও কোৱা হয় ?

(ক) ঘৰ্ষণ বল

(খ) বৈদ্য়ুতিক বল

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৬. বস্তুৰ গতি-অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধক কি বুলি কোৱা হয় ? 

(ক) ঘৰ্ষণ বল

(খ) বৈদ্য়ুতিক বল

(গ) এটাও নহয়

উত্তৰঃ (ক) ঘৰ্ষণ বল

৭. চুম্বকে প্ৰয়োগ কৰা বল হৈছে __________ বলৰ উদাহৰণ ।

(ক) অ-স্পৰ্শ

(খ) স্পৰ্শ

(গ) এটাও নহয়

উত্তৰঃ (ক) অ-স্পৰ্শ

৮. কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বোলা হয় ?

(ক) চাপ

(খ) তাপ

(গ) এটাও নহয়

উত্তৰঃ (ক) চাপ

৯. বায়ুমণ্ডল কাক বোলে ?

(ক) বায়ুৰ আৱৰণক

(খ) আমাৰ চাৰিওফাল

(গ) এটাও নহয়

উত্তৰঃ (ক) বায়ুৰ আৱৰণক

১০. প্ৰতি একক ক্ষেত্ৰফলৰ বলকেই ___________ বোলে ।

(ক) তাপ

(খ) চাপ

(গ) এটাও নহয়

উত্তৰঃ (খ) চাপ

১১. কোনো এটা বলৰ পৰিমাণ ইয়াৰ ________ দ্বাৰা প্ৰকাশ কৰা হয় ।

(ক) মানৰ

(খ) চাপৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) মানৰ

১২. __________ বা _________ বল বোলে ।

(ক) ঠেলা বা টনাকেই

(খ) গতি বা অৱস্থাকেই

(গ) এটাও নহয়

উত্তৰঃ (ক) ঠেলা বা টনাকেই

১৩. আমাৰ চাৰিওকাষৰ বায়ুয়ে প্ৰয়োগ কৰা চাপক কি বোলে ?

(ক) গতি

(খ) বায়ুমণ্ডলীয় চাপ

(গ) এটাও নহয়

উত্তৰঃ (খ) বায়ুমণ্ডলীয় চাপ

১৪. এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে _________ কৰে ।

(ক) আকৰ্ষণ

(খ) বিকৰ্ষণ

(গ) এটাও নহয়

উত্তৰঃ (ক) আকৰ্ষণ

১৫. সোতৰ শতিকাত কোন বিজ্ঞানীয়ে বায়ু নিষ্কাসন কৰা পাম্প এটা সাজি উলিয়াইছিল ?

(ক) অ’টভ’ন গোৱেৰিকে

(খ) চাৰ আইজাক নিউটন

(গ) এটাও নহয়

উত্তৰঃ (ক) অ’টভ’ন গোৱেৰিকে

১৬. জুলীয়া পদাৰ্থ আৰু গেছে ইয়াৰ পাত্ৰৰ বেৰত কি প্ৰয়োগ কৰে ?

(ক) তাপ

(খ) চাপ

(গ) এটাও নহয়

উত্তৰঃ (খ) চাপ

১৭. __________ কেৱল পৃথিৱীৰেই ধৰ্ম নহয়

(ক) মাধ্য়াকৰ্ষণ

(খ) স্থিতি

(গ) এটাও নহয়

উত্তৰঃ (ক) মাধ্য়াকৰ্ষণ

১৮. কুৱাঁৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ____________ লাগে ।

(ক) তললৈ টানিব

(খ) ওপৰলৈ টানিব

(গ) এটাও নহয়

উত্তৰঃ (খ) ওপৰলৈ টানিব

১৯. প্ৰতি একক ক্ষেত্ৰফলৰ বলক কি বোলে ?

(ক) চাপ

(খ) বস্তুটোৰ আকৃতি

(গ) এটাও নহয়

উত্তৰঃ (ক) চাপ

২০. একে দিশত প্ৰয়োগ হোৱা বলসমূহ ইটো সিটোৰ লগত ___________ একেলগে ক্ৰিয়া কৰে ।

(ক) বিয়োগ হৈ

(খ) যোগ হৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) যোগ হৈ