Class 8 General Science Chapter 4 MCQs । পদাৰ্থঃ ধাতু আৰু অধাতু ।

পদাৰ্থঃ ধাতু আৰু অধাতু

Chapter 4

১. ধাতুক কোবাই পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধৰ্মক কি বোলে?

(ক) কু-পৰিবাহী

(খ) ঘাতসহনীয়তা

(গ) নমমীয়তা

উত্তৰঃ (খ) ঘাতসহনীয়তা

২. লোৰ, মাৰি, গজাল আৰু তামৰ তাঁৰ কি পৰিবাহী ?

(ক) কু-পৰিবাহী

(খ) সু-পৰিবাহী

(গ) ধাতুৰ

উত্তৰঃ (খ) সু-পৰিবাহী

৩. নুৰা-গন্ধকৰ টুকুৰা আৰু কয়লাৰ টুকুৰা কি পৰিবাহী ?

(ক) কু-পৰিবাহী

(খ) লোৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) কু-পৰিবাহী

৪. ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক কি বুলি কোৱা হয় ?

(ক) নমমীয়তা

(খ) ঘাতসহনীয়তা

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) নমমীয়তা

৫. ধাতুৱে ৰিং-ৰিং ধ্বনিৰ সৃষ্টি কৰে সেইবোৰক কি বোলা হয়?

(ক) সনাদ পদাৰ্থ

(খ) ধাতু

(গ) অধাতু

উত্তৰঃ (ক) সনাদ পদাৰ্থ

৬. ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সনাদ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

৭. প্ৰাকৃতিকভাৱে থকা মৌলিক সংখ্য়া হৈছে ?

(ক) ৯৪

(খ) ৯৬

(গ) ৯২

উত্তৰঃ (ক) ৯৪

৮. পদাৰ্থবোৰক কি বোলা হয় ?

(ক) ধাতু

(খ) অধাতু

(গ) লোৰ

উত্তৰঃ (খ) অধাতু

৯. ৰঙা লিটমাছ কাগজখন কিহলৈ ৰূপান্তৰিত হৈছে?

(ক) নীলা

(খ) ক’লা

(গ) এটাও নহয়

উত্তৰঃ (ক) নীলা

১০. ফছফৰাছ এবিধ কি অধাতু ?

(ক) কু-পৰিবাহী

(খ) তাম

(গ) সক্ৰিয়

উত্তৰঃ (গ) সক্ৰিয়

১১. গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন দ্ৰব্যটোৰ নাম হ’ল?

(ক) ছালফাৰ- ডাই-অক্সাইড

(খ) ছ’ডিয়াম

(গ) ফছফৰাছ

উত্তৰঃ (ক) ছালফাৰ- ডাই-অক্সাইড

১২. অক্সিজেনৰ সৈতে কি  উৎপন্ন কৰে?

(ক) ছ’ডিয়াম

(খ) ছালফিউৰাছ

(গ) অক্সাইড

উত্তৰঃ (গ) অক্সাইড

১৩. ফলফৰাছ এবিধ বৰ সক্ৰিয় ?

(ক) অধাতু

(খ) ধাতু

(গ) এটাও নহয়

উত্তৰঃ (ক) অধাতু

১৪. অধাতুবোৰ পানীৰ সৈতে বিক্ৰিয়া ?

(ক) কৰে

(খ) নকৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) নকৰে

১৫. তামে লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া ?

(ক) কৰে

(খ) নকৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) নকৰে

১৬. ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া ?

(ক) কৰে

(খ) (খ) নকৰে

(গ) (গ) এটাও নহয়

উত্তৰঃ (ক) কৰে

১৭. কয়লা টানি তাৰৰ ৰূপ দিব পাৰি ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ

১৮. ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ?  

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) শুদ্ধ

১৯.ধাতুবোৰে বিক্ৰিয়া ।

(ক) নকৰে

(খ) কৰে

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) নকৰে

২০.অধাতুৰ সংখ্যা ২০ তকৈ ?

(ক) বেছি

(খ) কম

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) কম