Class 8 General Science Chapter 6 MCQs । দহন আৰু শিখা।

দহন আৰু শিখা

Chapter 6

 ১.যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য় এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক কি বোলা হয় ?  

(ক) ইন্ধন

(খ) দহন

(গ) গেছ

উত্তৰঃ (খ) দহন

২. মেগনেছিয়া পুৰিলে কি উৎপন্ন হয় ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) তাপ আৰু পোহৰ

উত্তৰঃ (গ) তাপ আৰু পোহৰ

৩. আমাৰ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া হৈ খাদ্যবোৰ ভাঙি যায় আৰু কি  উৎপন্ন হয় ?

(ক) ইন্ধন

(খ) তাপ

(গ) নাইট্ৰ’জেন

উত্তৰঃ (খ) তাপ

৪. কি পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা তাপ আৰু পোহৰ উৎপন্ন হয় ?  

(ক) সূৰ্যত

(খ) ইন্ধন

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) সূৰ্যত

৫. যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাক কি বোলে  ?    

(ক) দহন

(খ) পোহৰ

(গ) জ্বলন উষ্ণতা

উত্তৰঃ (গ) জ্বলন উষ্ণতা

৬. ৰঙা ফছফৰাছ কিহলৈ ৰূপান্তৰিত হয় ?  

(ক) ইন্ধন

(খ) ক’লা ফছফৰাছ

(গ) বগা ফছফৰাছ

উত্তৰঃ (গ) বগা ফছফৰাছ

৭. পটেছিয়াম ক্ল’ৰেটৰ সৈতে ই বিক্ৰিয়া কৰি যথেষ্ট কি উৎপন্ন কৰে  ?      

(ক) দ্ৰব্য়

(খ) তাপ

(গ) কয়লা

উত্তৰঃ (খ) তাপ

৮. গেছ অতি দ্ৰুতভাৱে জ্বলা ফলত কি উৎপন্ন হয় ?

(ক) তাপ আৰু পোহৰ

(খ) ইন্ধন

(গ) দ্ৰব্য়

উত্তৰঃ (ক) তাপ আৰু পোহৰ

৯. গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন  কৰে। এনেধৰণৰ দহনক কি বুলি জনা যায় ?  

(ক) আৰ্দশ ইন্ধন

(খ) বিস্ফোৰণ

(গ) দ্ৰুত দহন

উত্তৰঃ (গ) দ্ৰুত দহন

১০.  বিক্ৰিয়াটোত বহু পৰিমাণ গেছ মুক্ত হৈ পৰে। এনে ধৰণৰ বিক্ৰিয়াক কি বোলে ?

(ক) বিস্ফোৰণ

(খ) ইন্ধন

(গ) আৰ্দশ ইন্ধন

উত্তৰঃ (ক) বিস্ফোৰণ

১১. যিবোৰ পদাৰ্থ জ্বলনত বাষ্পীভূত হয় সেইবোৰে কি সৃষ্টি কৰে ?  

(ক) দহন

(খ) দ্ৰব্য

(গ) শিখা

উত্তৰঃ (গ) শিখা

১২. ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কি গেছ উৎপন্ন কৰে ?  

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) কাৰ্বন-ম’নক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ম’নক্সাইড

১৩.কয়লা আৰু ডিজেল দহনত কি গেছ উৎপন্ন হয় ?

(ক) কাৰ্বন- ডাই-অক্সাইড

(খ) ছালফাৰ-ডাইঅক্সাইড

(গ) নাইট্ৰ’জেন

উত্তৰঃ (খ) ছালফাৰ-ডাইঅক্সাইড

১৪. ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ কি উৎপন্ন কৰে ?    

(ক) দহন

(খ) শিখা

(গ) এছিড

উত্তৰঃ (গ) এছিড

১৫.চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক কি উৎপন্ন হয় ?

(ক) এছিড

(খ) দ্ৰব্য

(গ) ইন্ধন

উত্তৰঃ (খ) দ্ৰব্য

১৬. চি. এন. জি এটা আপেক্ষিকভাৱে কি ইন্ধন ?

(ক) পৰিষ্কাৰ

(খ) প্ৰদূষণ

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) পৰিষ্কাৰ

১৭. যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক কি পদাৰ্থ বোলে ?

(ক) দহন

(খ) দাহ্য

(গ) শিখা

উত্তৰঃ (খ) দাহ্য

১৮. দাহ্য় পদাৰ্থবোৰৰ জ্বলনত উষ্ণতা অতি ?

(ক) উচ্চ

(খ) নিম্ন

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) নিম্ন

১৯.কাঠ আৰু কয়লাৰ দহনে বায়ুৰ কি ঘটায় ?

(ক) উষ্ণতা

(খ) প্ৰদূষণ

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰদূষণ

২০.তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক কি দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি ?

(ক) ডিজেল

(খ) কেৰাচিন

(গ) পানী

উত্তৰঃ (গ) পানী