Class 8 General Science Chapter 7 MCQs । উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ ।

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Chapter 7

১. সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জল চক্ৰত প্ৰভাৱ পেলায় কিহৰ পৰিমাণ কমাব পাৰে ?

(ক) উষ্ণতা

(খ) বৰষুণ

(গ) এটাও নহয়

উত্তৰঃ (খ) বৰষুণ

২. লাহে লাহে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয় ইয়াক কি বোলে ?  

(ক) বনাঞ্চল

(খ) মৰুভৱন

(গ) এটাও নহয়

উত্তৰঃ (খ) মৰুভৱন

৩. এসময়ত সিংহ,হাতী,বনৰীয়া মহ, বাৰশিঙীয়া আদি প্ৰাণী কোনখন  ৰাষ্ট্ৰীয় উদ্য়ানত পোৱা গৈছিল ?  

(ক) কাজিৰঙা

(খ) পবিতৰা

(গ) সাতপুৰা

উত্তৰঃ (গ) সাতপুৰা

৪. কি উদ্যান ভাৰতবৰ্ষৰ প্ৰথমখন সংৰক্ষিত বনাঞ্চল ?  

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(খ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান

(গ) সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ (গ) সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান

৫. ভাৰতীয় চেগুন কোনখন বনাঞ্চলত পোৱা যায় ?

(ক) লাওখোৱা

(খ) সৰ্বোত্তম

(গ) পানী দিহিং

উত্তৰঃ (খ) সৰ্বোত্তম

৬. কি পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ    উৰি যায় ?

(ক) পানী পৰিৱৰ্তন

(খ) জলবায়ু পৰিৱৰ্তন

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) জলবায়ু পৰিৱৰ্তন

৭. প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাস্থলীত  সংৰক্ষণ কৰি ৰখা ঠাইকে কি বুলি কোৱা হয় ?

(ক) অভয়াৰণ্য়

(খ) বনাঞ্চল

(গ) ৰাষ্ট্ৰীয় উদ্য়ান

উত্তৰঃ (ক) অভয়াৰণ্য়

৮. এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক কি বুলি জনা যায় ?

(ক) বিপন্ন প্ৰজাতি

(খ) থলুৱা প্ৰজাতি

(গ) স্থানিক প্ৰজাতি

উত্তৰঃ (গ) স্থানিক প্ৰজাতি

৯.কাগজ প্ৰস্তুত কৰোঁতে ব্য়ৱহাৰ হোৱা অনিষ্টকাৰী কিহৰ পৰিমাণ হ্ৰাস কৰা হয় ?

(ক) ৰাসায়নিক দ্ৰব্য

(খ) দ্ৰব্য

(গ) এটাও নহয়

উত্তৰঃ (ক) ৰাসায়নিক দ্ৰব্য

১০. ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন কি ?

(ক) পুথি

(খ) সমল পুথি

(গ) এখনো নহয়

উত্তৰঃ (খ) সমল পুথি

১১.কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান ক’ত অৱস্থিত ?

(ক) ডিব্ৰুগড় আৰু তিনিচুকীয়া

(খ) ওদালগুৰি আৰু শোণিতপুৰ

(গ) গোলাঘাট, নগাওঁ, আৰু শোণিতপুৰ

উত্তৰঃ (গ) গোলাঘাট, নগাওঁ, আৰু শোণিতপুৰ

১২. কাজিৰঙা কিহৰ বাবে বিখ্য়াত ?

(ক) বাঘ

(খ) সিংহ

(গ) এশিঙীয়া গড়

উত্তৰঃ (গ) এশিঙীয়া গড়

১৩. অসম ৰাষ্ট্ৰীয় উদ্যান কেইখন ?

(ক) ৬ খন

(খ) ৭ খন

(গ) ৫ খন

উত্তৰঃ (গ) ৫ খন

১৪. প্ৰাকৃতিকভাৱে হোৱা পুনৰ্বণানীকৰণত মানুহৰ কোনো ভূমিকা ?

(ক) থাকে

(খ) নাথাকে

(গ) এটাও নহয়

উত্তৰঃ (খ) নাথাকে

১৫. এক টন কাগজ বনাবল কিমান জোপা পৈণত গছৰ প্ৰয়োজন ?

(ক) ২০ জোপা

(খ) ১৭ জোপা

(গ) ১৫ জোপা

উত্তৰঃ (খ) ১৭ জোপা

১৬. বনাঞ্চল ধ্বংসৰ আন এক ভয়াবহ পৰিণাম হ’ল মাটিৰ _________ সলনি হোৱা ।

(ক) গুণাগুণ

(খ) খহনীয়া

(গ) এটাও নহয়

উত্তৰঃ (ক) গুণাগুণ

১৭. লাওখোৱা অভয়াৰণ্য় কোন জিলাত অৱস্থিত ?

(ক) নগাওঁ

(খ) কাৰ্বি আংলং

(গ) তিনিচুকীয়া

উত্তৰঃ (ক) নগাওঁ

১৮. জীৱ বৈচিত্ৰ্য় মানে কি ? 

(ক) পুনৰ্বনানীকৰণ

(খ) পৰিভ্ৰমণ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৯. পুনৰ্বনানীকৰণ কি ?

(ক) ধ্বংস প্ৰাপ্ত অৰণ্য়ত নতুন গছ ৰোপন

(খ) কাগজৰ পুনৰ ব্য়ৱহাৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ধ্বংস প্ৰাপ্ত অৰণ্য়ত নতুন গছ ৰোপন

২০. যিবোৰ প্ৰাণীৰ সংখ্য়া এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক কি বুলি কোৱা হয় ?

(ক) পৰিস্থিতি তন্ত্ৰ

(খ) বিপন্ন প্ৰাণী

(গ) বিলুপ্ত প্ৰাণী

উত্তৰঃ (খ) বিপন্ন প্ৰাণী