Class 8 General Science Chapter 8 MCQs । কোষ- গঠন আৰু কাৰ্য ।

কোষ- গঠন আৰু কাৰ্য

Chapter 8

১. এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক কি বোলে ?

(ক) কোষ

(খ) এককোষী জীৱ

(গ) বহুকোষী জীৱ

উত্তৰঃ (গ) বহুকোষী জীৱ

২. এটা কোষেৰে গঠিত জীৱক কি বুলি কোৱা হয় ?

(ক) বহুকোষী জীৱ

(খ) এককোষী জীৱ

(গ) কোষ

উত্তৰঃ (খ) এককোষী জীৱ

৩. এটা কোষৰ জীৱই বহুকোষী জীৱৰ দৰেই প্ৰয়োজনীয় সকলো কাম কৰি ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) পাৰে

৪. কিমান মাইক্ৰ’মিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায় ?

(ক) ০.৪ ৰ পৰা ০.৫

(খ) ০.২ ৰ পৰা ০.৬

(গ) ০.১ ৰ পৰা ০.৫

উত্তৰঃ (গ) ০.১ ৰ পৰা ০.৫

৫. কোষপ্ৰৰস  আৰু কোষকেন্দ্ৰক যি কোষাৱৰণে আৱৰি ধৰি ৰাখে, তাক কি বুলি কোৱা হয়  ?

(ক) কোষ

(খ) নিউক্লিয়াছ

(গ) প্লাজমাবেৰ

উত্তৰঃ (গ) প্লাজমাবেৰ

৬. বেৰবোৰে কোষবোৰক এটাৰ পৰা আনটো লগতে চাৰিওফালৰ মাধ্যমৰ পৰাও পৃথক কৰি ?

(ক) ৰাখে

(খ) নাৰাখে

(গ) এটাও নহয়

উত্তৰঃ (ক) ৰাখে

৭. অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত কি বুলি কোৱা হয় ?

(ক) কোষপ্ৰৰস

(খ) প্লাজমাবেৰ

(গ) কলা

উত্তৰঃ (গ) কলা

৮.উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনো সম্বন্ধ ?

(ক) আছে

(খ) নাই

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) নাই

৯. কভাৰ শ্লিপৰ ভিতৰত বায়ুৰ কণিকা ?

(ক) নাথাকে

(খ) থাকে

(গ) এটাও নহয়

উত্তৰঃ (ক) নাথাকে

১০. পিয়াঁজৰ কোষৰ অন্তৰ্ভাগ কিহে আৱৰি থাকে ?

(ক) কোষকেন্দ্ৰ

(খ) কোষপ্ৰৰস

(গ) কোষাৱৰণে

উত্তৰঃ (গ) কোষাৱৰণে

১১. কোষাৱৰণক আন এখন ডাঠ আৱৰণে আৱৰি থাকে তাক কি বুলি কোৱা হয় ?  

(ক) কোষকেন্দ্ৰ

(খ) কোষবেৰ

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) কোষবেৰ

১২. নিউক্লিয়াছ আৰু কোযাৱৰণৰ মাজত থকা জেলিৰ দৰে পদাৰ্থখিনিক কি বোলে ?

(ক) কোষকেন্দ্ৰীয়া আৱৰণ

(খ) বেক্টেৰিয়া

(গ) কোষপ্ৰৰস

উত্তৰঃ (গ) কোষপ্ৰৰস

১৩. প্ৰণীৰ কোষত কোষবেৰ ?

(ক) নাথাকে

(খ) থাকে

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) নাথাকে

১৪. জীৱৰ প্ৰট’প্লাজমক কোষবোৰক কি বুলি কোৱা হয়?

(ক) বেক্টেৰিয়া

(খ) জীৱিত পদাৰ্থ

(গ) দ্ৰব্য়

উত্তৰঃ (খ) জীৱিত পদাৰ্থ

১৫. জীৱৰ বংশানুক্ৰমৰ আধাৰ হ’ল ?

(ক) দ্ৰব্য়

(খ) কোষবেৰ

(গ) জিন

উত্তৰঃ (গ) জিন

১৬. কোষৰ বিভাজন হয় তেতিয়া ক্ৰম’জমসমূহ স্পষ্টকৈ দেখা পোৱা ?

(ক) নাযায়

(খ) যায়

(গ) এটাও নহয়

উত্তৰঃ (খ) যায়

১৭.কিমান চনত ৰবাৰ্ট হুকে এডোখৰ কৰ্কত কোষবোৰ পৰ্যবেক্ষণ কৰিছিল ?

(ক) ১৯৯৫ চনত

(খ) ১৬৬৫ চনত

(গ) ১৪৭৩ চনত

উত্তৰঃ (খ) ১৬৬৫ চনত

 ১৮. গছৰ  পাতত সালোক সংশ্লেষণ হৈ কি প্ৰস্তুত হয় ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) খাদ্য

উত্তৰঃ (গ) খাদ্য

১৯. সকলো জীৱ সৰু সৰু অংশৰ দ্বাৰা গঠিত তাক কি বুলি কোৱা হয় ?  

(ক) কোষ

(খ) অংগ

(গ) বেক্টেৰিয়া

উত্তৰঃ (খ) অংগ

২০. এটা জীৱৰ মৌলিক জীৱিত একক হ’ল অংগ ?

(ক) সত্য

(খ) অসত্য

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) অসত্য