Class 8 Social Science Chapter 4 MCQs । বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন ।

বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Chapter 4

১. বসতিক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি ?

(ক) ৪ টা ভাগত

(খ) ৩ টা ভাগত

(গ) ২ টা ভাগত

উত্তৰঃ (গ) ২ টা ভাগত

২. গাঁৱত মানুহৰ জীৱন ধাৰণৰ মান নগৰৰ দৰে উন্নত  ?

(ক) নহয়

(খ) হয়

উত্তৰঃ (ক) নহয়

৩. কম জনসংখ্যা আৰু সীমিত কাৰ্য পৌৰ প্ৰশাসিত এলেকা একোটা সাধাৰণতে কি বোলা হয় ?

(ক) নগৰীকৰণ প্ৰক্ৰিয়া

(খ) নগৰ

(গ) মহানগৰ

উত্তৰঃ (খ) নগৰ

৪. আমাৰ এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকাক কি বুলি কোৱা হয় ?

(ক) নগৰ

(খ) মহানগৰ

(গ) অতি মহানগৰ

উত্তৰঃ (গ) অতি মহানগৰ

৫. সিন্ধু নদীৰ উত্যকাত কি কি নামৰ দুখন প্ৰাচীন নগৰ আৱিষ্কাৰ কৰা হৈছে ?

(ক) ভূপাল আৰু গান্ধীনগৰ

(খ) হৰপ্পা আৰু মহেঞ্জোদাৰো

(গ) চণ্ডীগড় আৰু ছত্তিশগড়

উত্তৰঃ (খ) হৰপ্পা আৰু মহেঞ্জোদাৰো

৬. উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসূহক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি ?  

(ক) তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি

(খ) চাৰিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি

(গ) দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি

উত্তৰঃ (ক) তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি

৭. অসমৰ প্ৰায় কিমান শতাংশ লোক কৃষিকাৰ্য আৰু অন্যান্য প্ৰাথমিক বৃত্তিৰ লগত জড়িত ?

(ক) ৭৫ শতাংশ

(খ) ৮০ শতাংশ

(গ) ৭০ শতাংশ

উত্তৰঃ (গ) ৭০ শতাংশ

৮) নগৰত কম পৰিমাণে জনসংখ্যা বৃদ্ধি হয়?

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

৯) জনসংখ্যা বৃদ্ধি ফলস্বৰূপে যান-বাহনৰ সংখ্যা ক’ত বৃদ্ধি হোৱা দেখা গৈছে?

(ক) নগৰ

(খ) গাওঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নগৰ

১০)  অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰ সংখ্যা

(ক) 80

(খ) 70

(গ) 60

উত্তৰঃ (ক) 80

১১) গুৱাহাটীত কোনখন ৰাজ্যৰে বেপাৰ-বাণিজ্য, শিক্ষা-দীক্ষা, প্ৰশাসন, চিকিৎসা সেৱা, অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান, যাতায়ত পৰিবহণ, অৱসৰ বিনোদন আদিৰ কেন্দ্ৰস্থল।

(ক) মণিপুৰ

(খ) অসম

(গ) অৰুণাচল

উত্তৰঃ (খ) অসম

১২) জনসাধাৰণৰ বাবে  বিশুদ্ধ খোৱা পানী যোগান ধৰা ব্যৱস্থাটো নগৰসমূহত পৰ্যাপ্ত হয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (খ) অশুদ্ধ

১৩) পাঁচ নিযুত জনসংখ্যা থকা পৌৰবসতিক কি বোলে?

(ক) নগৰ

(খ) মহানগৰ

(গ) অতি মহানগৰ

উত্তৰঃ (গ) অতি মহানগৰ

১৪) খোৱাপানীৰ ক্ষেত্ৰত নগৰৰ মানুহে হাহাকাৰ কৰিবলগীয়া হোৱাটো এক জটিল সমস্যা নহয়।

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

১৫) কেতিয়াবা এটা বিষয়ক কেন্দ্ৰ কৰি নগৰ এখন গঠন হ’লেও পিছলৈ আন আন দিশতো ইয়াৰ বিকাশ নঘটে।

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

১৬) নগৰৰ পৰিৱেশ ভালে ৰাখিবলৈ হ’লে নগৰবাসী লগতে সংশ্লিষ্ট কৰ্তৃপক্ষও সচেতন হৈ থাকিব লাগিব।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৭) ক’ত উদ্যোগ আৰু গাড়ী-মটৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু অত্যধিক শব্দই জনজীৱনক অতিষ্ঠ কৰি তোলে।

(ক) চহৰ

(খ) নগৰ

(গ) মহানগৰ

উত্তৰঃ (খ) নগৰ

১৮) ক’ত অলপ বৰষুণত কৃত্ৰিম বানপানী হোৱা দেখা যায়।

(ক) নগৰত

(খ) মহানগৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নগৰত

১৯) ক’ত আমোদ-প্ৰমোদৰ সুবিধা পায়?

(ক) চহৰ

(খ) নগৰ

উত্তৰঃ (খ) নগৰ

২০) কোনবোৰ মানুহে সাধাৰণতে সামাজিক ৰীতি-নীতি আৰু পৰম্পৰা মানি জীবন-নিৰ্বাহ কৰে।

(ক) গাওঁ

(খ) নগৰ

(গ) মহানগৰ

উত্তৰঃ (ক) গাওঁ