Class 8 Social Science Chapter 5 MCQs । সাগৰ-মহাসাগৰ ।

সাগৰ-মহাসাগৰ

Chapter 5

১) মহাসাগৰ কেইখন?

(ক) 2

(খ) 4

(গ) 5

উত্তৰঃ (গ) 5

২) মহাপ্ৰলয়ৰ সৃষ্টি কোন চনত হৈছিল?

(ক) 2004

(খ) 2001

(গ) 2000

উত্তৰঃ (ক) 2004

৩) সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কোইটা ভাগত ভাগ কৰিব পাৰি?

(ক) 3

(খ) 4

(গ) 2

উত্তৰঃ (ক) 3

৪) পৃথিৱীৰ কি পৰিৱেশৰ ওপৰত সাগৰ-মহাসাগৰ প্ৰভাৱ যথেষ্ট?

(ক) প্ৰাকৃতিক

(খ) মানৱসৃষ্ট

উত্তৰঃ (ক) প্ৰাকৃতিক

৫) ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি আছে?

(ক) 70

(খ) 71

(গ) 69

উত্তৰঃ (খ) 71

৬) পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) 2

(খ) 3

(গ) 5

উত্তৰঃ (গ) 5

৭) সাগৰ প্ৰাণী লুণীয়া নহয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (খ) অশুদ্ধ

৮) ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰবল্য আছিল?

(ক) 9.3

(খ) 9.0

(গ) 9.5

উত্তৰঃ (খ) 9.0

৯) ভূমিকম্পটোৱে সৃষ্টি কৰা ছুনামি গতিবেগ আছিল?

(ক) 800

(খ) 700

(গ) 600

উত্তৰঃ (ক) 800

১০) সাগৰীয় জৈৱ সম্পদবিলাকৰ ভিতৰত প্ৰচুৰ পৰিমাণে পোৱা সম্পদ বিধ হ’ল

(ক) কাছ

(খ) মাছ

(গ) ঘড়িয়াল

উত্তৰঃ (খ) মাছ

১১) ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক কি বোলে?

(ক) ছুনামি

(খ) মুখ্য জোৱাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ছুনামি

১২) ছুনামি এটা জাপানী শব্দ।

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

১৩) জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বয়লত অৱস্থিত নহয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (খ) অশুদ্ধ

১৪) সাগৰৰ পানীত থকা কোনবোৰ পৰিমাণ বৰ কম?

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৫)  উৎপত্তিৰ পৰা এতিয়ালৈকে পৃথিৱীয়ে প্ৰায় কিমান বছৰ অতিক্ৰম কৰিছে?

(ক) 4500

(খ) 4000

(গ) 2000

উত্তৰঃ (ক) 4500

১৬) সাগৰ-মহাসাগৰ বুকুত সাধাৰণ ঢৌ আৰু কি বস্তু দেখা যায়?

(ক) জোৱাৰ ভাটা

(খ) মুখ্য জোৱাৰ

উত্তৰঃ (ক) জোৱাৰ ভাটা

১৭) কিহত চলা পৰিবহণ ব্যৱস্থাক জাহাজ পৰিবহণ বোলে?

(ক) ৰাস্তা-ঘাট

(খ) আকাশত

(গ) মহাসাগৰত

উত্তৰঃ (গ) মহাসাগৰত

১৮) আটাইতকৈ সহজ আৰু কম খৰচী পৰিবহণ ব্যৱস্থা।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৯) পৃথিৱীখনক কিয় নীল গ্ৰহ বুলি কোৱা হয়?

(ক) পানীয়ে আগুৰি থকা নাই বুলি

(খ) বেছি অংশ পানীয়ে আগুৰি আছে বুলি

উত্তৰঃ (খ) বেছি অংশ পানীয়ে আগুৰি আছে বুলি

২০) নিৰক্ষীয় আৰু দুই মেৰু অঞ্চলৰ সাগৰৰ পানী কিছু কম লুণীয়া।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ