https://mightlearn.com/2020/12/assam-board-solution/

জুবিন গাৰ্গৰ গীত বুকুতে বুকুখন

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰভালী  ৰংদৈৰ

আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুনাহি 

শদিয়া সাবটি ঘূৰা 

লুইতৰে থৈছিল লিখি 

বুকুতে বূুৃৃকুখন থৈ 

কোনেনো কান্ধে 

শদিয়াৰ কোলাতে্ বহি 

ৰংদৈ আছিল মাথো ঐ

লুইতৰ ডেকা তই 

চৰা কৈ জাতৰে ৰঙালী

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শতৰু এই সমাজে 

মিলিবলে নিদিছিলে এই মাটিতে 

আপোনি চিতাতে জ্বলিছিল ৰং হৈ 

ৰঙালীক লুইতৰ কৰি থৈ 

বুকুতে বুকুখন থৈ

কোনেনো কান্দে 

শদিয়াৰ কোলাতে বহি 

সেয়া দূৰ কোনোবা পুৰণি 

ইতিহাসৰে পাত লুচিয়াও

প্ৰেমৰ অনুপম উপমা 

দেখি আবেগত উজুটি খাওঁ 

হয়টো বা আকাশে ঠাই দিছে 

সৰগত দুয়োটাৰে মন মিলিছে 

আহিলে আহা মোৰ সতে 

শদিয়ালৈ যাও 

ৰংদৈ ৰঙালী সমাধি চাও 

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰঙালীৰ ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুণাহি ||

জুবিন গাৰ্গৰ গীত বুকুতে বুকুখন

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰভালী  ৰংদৈৰ

আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুনাহি 

শদিয়া সাবটি ঘূৰা 

লুইতৰে থৈছিল লিখি 

বুকুতে বূুৃৃকুখন থৈ 

কোনেনো কান্ধে 

শদিয়াৰ কোলাতে্ বহি 

ৰংদৈ আছিল মাথো ঐ

লুইতৰ ডেকা তই 

চৰা কৈ জাতৰে ৰঙালী

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শতৰু এই সমাজে 

মিলিবলে নিদিছিলে এই মাটিতে 

আপোনি চিতাতে জ্বলিছিল ৰং হৈ 

ৰঙালীক লুইতৰ কৰি থৈ 

বুকুতে বুকুখন থৈ

কোনেনো কান্দে 

শদিয়াৰ কোলাতে বহি 

সেয়া দূৰ কোনোবা পুৰণি 

ইতিহাসৰে পাত লুচিয়াও

প্ৰেমৰ অনুপম উপমা 

দেখি আবেগত উজুটি খাওঁ 

হয়টো বা আকাশে ঠাই দিছে 

সৰগত দুয়োটাৰে মন মিলিছে 

আহিলে আহা মোৰ সতে 

শদিয়ালৈ যাও 

ৰংদৈ ৰঙালী সমাধি চাও 

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰঙালীৰ ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুণাহি ||

জুবিন গাৰ্গৰ গীত জীয়া ৰে জীয়া ৰে

কব চে বুলায়ে দেকে চদায়ে ৰে 

ৰস্তা নিহাৰে দিল পলকে বিচায়ে ৰে  

উজল নিগাৰো চে 

তু কাহা কাহা আজা ৰে য়াহা 

জীয়া ৰে জীয়া ৰে লাগে না জীয়া ৰে 

জীয়া ৰে জীয়া ৰে জায়ে না জীয়াৰে 

মঞ্জৰ মঞ্জৰ ৰেত কা সাগৰ 

দিল এক প্যাচা ৰাহি 

চবসে নজাৰা এক না দেখা 

জৱচে মিলহে জুদাই 

জিঠম হু মে তু জান  হে মেৰি 

বেখুদি আচিকী হে মেৰি 

তেৰে বিন কুচ না বায়ে লৌট আ 

জীয়া ৰে জীয়া ৰে লাগে না জীয়া ৰে 

জীয়া ৰে জীয়া ৰে জায়ে না জীয়াৰে 

খুৱাৰ হাচিন জো চনজোয়ে হো  

চোৰ গয়ে চব নেনা 

পল পল মৰ কে ধলতী হে 

কালি ঘনেৰী ৰেনা…. 

জীচম হু মে তু জান হে মেৰি 

জিনে কী ৱজহ হে মেৰি 

তেৰে বিন কুচ না ভায়ে লৌট আ 

জীয়া ৰে জীয়া ৰে লাগে না জীয়া ৰে 

জীয়া ৰে জীয়া ৰে জায়ে না জীয়াৰে ।।

I LOVE YOU বুলি

I Love You  বুলি কলো মই 

তুমি চাগে নুশুলিলা 

কঠিন শিলৰে  হৃদয়  

 তোমাৰ সঁচাকে জানা 

I Need You বুলি কলোঁ মই 

তুমি  চাগে নুবুজিলা 

বলিয়া যৌৱনৰ  চাকি 

নুমাল হঠাতে জানা 

তিনি আলিতে লগ পোৱা 

দুটি মিঠা কথা 

কাজল কাজল  কাজল

চকুত সপোন দেখা 

চাইকেলত টিউচন যোৱা 

পিছে পিছে  মই যোৱা 

বেঁকাকৈ তুমি চোৱা 

তোমালৈ মই চোৱা

.তুমি চাগে পাহৰিলা 

বুকুতে যে নৰলা 

তুমি  চাগে পাহৰিলা 

বুকুতে যে নৰলা 

তুমি চাগে নুবুজিলা 

বুকুতে যে নথলা 

বুকু আজি উদাস উদাস

উদাস উদাস নৈ 

কলেজৰে কেন্টিনত 

গজা আৰু চাহ খোৱা 

সকলোৱে জোকোৱা 

আছিল জানো মিঠা 

ৰাতি ৰাতি অকলে 

তোমাৰ ফটো চোৱা 

বুকুতে সপোন  গুঠা 

আজি দেখোঁ মিছা ||