উওৰ= অসমত এটা বৃহত অঞ্চলত নাম হল মন-আমন ।
২। অষ্ট্ৰো – এচিয়াটিক থকা এটা জনগোষ্ঠী নাম লিখা ।
উওৰ = অষ্ট্ৰো – এচিয়াটিক থকা এটা জনগোষ্ঠী নাম হল পেচিফিক অঞ্চলত ।
৩। এইলোকসকলৰ কত বাস কৰিছিল।
উওৰ = এইলোকসকল ব্ৰক্ষপুএ উপত্যকা বাস কৰিছিল।
৪। কি সংস্কৃতি মাজত নগাসকলৰ জীয়াই আছিল।
উওৰ = চাং কণ্যাক আৰ আঈামী মাজত নগাসকল জীয়াই আছিল।
৫। দ্ৰাবি়ড কৰ পৰা আহিছিল।
উওৰ = দ্ৰাবিড়সকলৰ পশ্চিমৰ পৰা আহিছিল।
৬। বণিয়াসকল আৰ কৈবৰ্তসকল কি বংশৰ লোক আছিল।
উওৰ = বণিয়াসকলৰ আৰ কৈবতসকলৰ দ্ৰাবিড়সকল বংশৰ আছিল।
৭। ইন্দো-চীন বংশ-তিব্বতবমীসকলৰ অসমত কত বাস কৰিছিল।
উওৰ = ইন্দো-চীন বংশ-তিব্বতবমীসকলৰ অসমত পাহাৰ-ভৈয়ামত বাস কৰিছিল।
৮। তিব্বতীয় বমী আদি বাসহান কত আছিল।
উওৰ = উওৰ পূৱ-চীনৰ ইযাংচি আৰ হোৱাংহো নৈৰ উচ্চ-অংশ তিব্বতীয় বমী বাসহান আছিল।
৯।তেওঁলোক অসমত কত কত প্ৰৱেশ কৰিছিল।
উওৰ = তেওঁলোক অসমত উওৰ-পূব আৰ দক্ষিণ-পূৱ ব্ৰক্ষপুএ,চিন্দউইন,ইৰাৱদি,চেলউইন,মেকং আৰ অসম আৰ মেনম আৰ পবতীয়া পথবোৰেৰে প্ৰৱেশ কৰিছিল।
১০।তেওঁলোক কৰ পৰা কলৈ যাএা কৰিছিল।
উওৰ = তেওঁলোক নেপাল পৰা শদিয়াৰলৈ যাএা কৰিছিল।
১১। তেওঁলোকে দখল কৰা কিছুমান পাহাৰীয়া অঞ্চলত নাম লিখা ।
উওৰ = তেওঁলোক দখল কৰা কিছুমান পাহাৰীয়া অঞ্চলত নাম হল গাৰো পাহাৰ, ললুচাই পাহাৰ,মনিপুৰ,মিকিৰ পাহাৰ,কাছাৰ পাহাৰ,নগা পাহাৰ।
১২। ব্ৰক্ষপুএ উপত্যক থকা কিছমান জনজাতি নাম লিখা ।
উওৰ = ব্ৰক্ষপুএ উপত্যকা থকা কিছুমান জনজাতি নাম হল কোচ,কাছাৰী,মৰাণ , চুটিয়া,বৰাহী,ৰাভা,মেচ,লালুং,হাজং আদি।
১৩।তেওঁলোক কি নামেৰে জনাজাত ।
উওৰ= তেওঁলোক কিৰাত নামেৰে জনাজাত।
১৪। তিব্বতবমীসকলৰ কোনটো পথেৰে আহিছিল।
উওৰ = দক্ষিণ-পূবৰ পৰ্বয়তীয়া পথেৰে অবিৰাম গতিত ইন্দো-চীন বংশৰ তিব্বতবমীসকলৰ অসমলৈ আহিছিল।
১৫। তিব্বতবমীসকলৰ কোনটো জনজাতি পৰিয়াল সদস্য আছিল।
উওৰ = তিব্বতবমীসকলৰ আহোমসকলৰ পৰিয়াল সদস্য আছিল।