পাঠ ১৫
পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ
১। একোটাকৈ বাক্যত উত্তৰ দিয়া।
(ক) আহ্নিক গতি কাক বোলে?
উত্তৰঃ
(খ) বাৰ্ষিক গতি কাক বোলে?
উত্তৰঃ
(গ) অধিবৰ্ষ বুলিলে কি বুজা?
উত্তৰঃ
(ঘ) অপসূৰ কাক বোল? ই কোন তাৰিখে সংঘটিত হয়?
উত্তৰঃ
(ঙ) কৰ্কট সংক্ৰান্তি কাক বোলে? ই কোন তাৰিখে হয়?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা।
(ক) পৃথিৱীৰ মেৰুদণ্ডডালে কক্ষতলৰ লগত _ কোণ কৰি আছে।
(খ) জানুৱাৰী মাহৰ ৩ তাৰিখে হোৱা সূৰ্যৰ অৱস্থানটোক _বোলে।
(গ) মহাবিষুব __তাৰিখে সংঘটিত হয়।
(ঘ) মকৰ সংক্ৰান্তি __তাৰিখে হয়।
৩। আহ্নিক গতিৰ ফলত কেনেদৰে দিন-ৰাতি হয় ছবি আঁকি বুজাই লিখা।
উত্তৰঃ
৪। বাৰ্ষিক গতিৰ ফলাফল লিখা।
উত্তৰঃ
৫। চিত্ৰৰ সহায়ত মহাবিষুব আৰু জলবিষুবৰ অৱস্থান দেখুওৱা।
উত্তৰঃ