SCERT Class 6 English Chapter 7 Answer | The Mountain and The Squirrel Answers

Have you come across the word ‘ proud ‘ ? The word has two meanings , one positive and one negative .

তোমালোকে ‘ Proud’ শব্দ টো শুনা পাইছা নে ? শব্দ টোৰ দুটা অৰ্থ আছে , এটা ইতিবাচক আৰু আনটো নেতিবাচক ।

Ans: (a) গৰ্বী (Arrogant)

(b) স্বাভিমানী (Self-conscious)

Now think and tell which meaning (a) and (b) is opposite of the following words :

এতিয়া (a) আৰু (b) ৰ ভিতৰত কোনতোৰ অৰ্থ

তলত দিয়া শব্দ কেইতাৰ বিপৰীত ঃ Humble (নম্ৰ ) Modest ( নম্ৰ)

Ans: Number (a) is opposite .

Discuss with your parther whether we should be proud or humble . Give two reasons for your answer .

তোমাৰ সহ পাৰ্থীৰ লগত আলোচনা কৰি আমি গৰ্বী হোৱা টো ভাল নে নম্ৰ হোৱা ভাল ২ টা কাৰণ দি লিখা ঃ

Ans: (i) We should be humble because humble people carries a kind heart .

আমি নম্ৰ হ’ব লাগে কাৰণ নম্ৰ মানুহৰ এখন বহল অন্তৰ থাকে ।

(ii) We should be humble because humble person help everyone .

আমি নম্ৰ ব্যক্তি হ’ব লাগে কাৰণ নম্ৰ ব্যক্তি যে সকলো মানুহে সহায় কৰে ।

ACTIVITIES

(i) Did you like the pome ? write three words you connect with each object you read in the poem-One has been done for you :

তুমি পদ্য টো ভাল পাইছা নে ? পদ্যটিত তোমাৰ ভাল লগা ৩ টা কৈ শব্দ লিখা । এটা তলত কৰি দিয়া হৈছে ঃ

Ans:

  1. Read the pome once again and answer the following questions.

পদ্য টো আকৌ এৱাৰ পঢ়াৰ আৰু তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া ।

(a) Why did the mountain call the the squirrel ” Little Prig ” ?

পৰ্বত খনে কেৰ্কেটুৱা টোক কিয় ‘ Little prig ‘ ( লিতিল প্ৰীগ) বুলি ক’লে ?

Ans: The mountain called the squirrel ” Little’ prig’ because the squirrel is a very ting creature.

পৰ্বত খন কেৰ্কেটুৱা টোক ‘ Little prig বুলি ক’লে কাৰণ কেকেটুৱা টো হৈছে এটা একেবাৰে সৰু প্ৰাণী

(b) What did the Squirrel say to the mountain ?

কেৰ্কেটুৱাই পৰ্বতক কি ক’লে ?

Ans: The Squirrel said that even though he is not as large as the mountain and cannot carry forests on his back but he has got different talent .

কেৰ্কেটুৱাই ক’লে যে যদিও সি পৰ্বতৰ দৰে বিশাল নহয় আৰু পৰ্বতৰ দৰে হাবি পিঠিত ল’ব নোৱাৰে কিন্তু তাৰ বহু গুণ আছে ।

(c) What are the main differences between the mountain and the squirrel ?

কেৰ্কেটুৱা আৰু পৰ্বতৰ মাজৰ প্ৰধান পাৰ্থক্য কি কি ?

Ans: The differences are :

পাৰ্থক্য বোৰ ঃ

(d) ” If I’m not so large as you ,
You are not so small as I,
And not half so spry :
I’ll not deny you make
A very pretty squirrel track “.

(ঘ) ” মই যদি তোমাৰ দৰে ইমান ডাঙৰ নহয় ,
তুমি মোৰ দৰে ইমান সৰু নহয়,
আৰু আধা নহয় ইমান spry :
মই অস্বীকাৰ নকৰো তোমাক বনাই
এটা অতি সুন্দৰ কাছ ট্ৰেক “.

Who said these lines and to whom ?

এই বাক্য কেইতা কোনে কাক কৈছিল ?

Ans: The squirrel said these lines to the mountain .

বাক্য কেইতা কেৰ্কেটুৱাই পৰ্বতক কৈছিল।

(e) The word ‘ former means the first one out of two, and the word ‘latter ‘ means the second one out of two .” And the former called the latter prig”- who is the ‘former ‘ and who is the ‘latter’ in the poem ?

    'former' (পূৰ্ব ) শব্দ টোৰ অৰ্থ হ'ল 2 টাৰ ভিতৰত প্ৰথম টো আৰু -' latter '(পাছৰ ) শব্দ টোৰ অৰ্থ হল 2 টাৰ ভিতৰত পাছৰ টো । আৰু পূৰ্বই পাছৰ টোক "little prig" (লিটিল পিগ) বুলি ক'লে - পদ্য টোত পূৰ্ব আৰু পাছৰ কোন হ'য়?

Ans:- Famer is the mountain and latter is the squirrel in the poem. ‘Former’ হৈছে পৰ্বত আৰু ‘Latter’ হৈছে কেৰ্কেটুৱা।

(F) Write down the lines from the poem that mean the following:

তলত দিয়া অৰ্থ কেইটাৰ অনুযায়ী পদ্যৰ পৰা বাক্য লিখাঃ

(i) The squirrel is not as big as the mountain and the mountain is not ever half as energetie as Bur.

কেকেটুৱা পৰ্বতৰ সমান ভাঙৰ নহয় আৰু পৰ্বতখন কেৰ্কেটুৱাৰ সমান শক্তিশালী নহয়।

Ans:- “If I” m not large as you
You are not so small as I,
And not half so spry.

উত্তৰ:- “যদি মই” m আপোনাৰ দৰে ডাঙৰ নহয়
তুমি মোৰ দৰে ইমান সৰু নহয়,
আৰু আধা নহয় ইমান স্প্ৰাই।

(ii) Everyone is unique in their own way. So People have different skills and everything put very wisely.

সকলোৱেই নিজৰ নিজৰ ভাৱত অদ্বিতীয়। মানুহৰ বহু ধৰণৰ কৌশল আছে আৰু সকলোবোৰে বহুত সযতনে ৰখা হয়।

Ans;-“Talents differ, all is well and wisely put”

Ans;-“প্ৰতিভাৰ বেলেগ বেলেগ, সকলো ভাল আৰু বুদ্ধিমানৰূপে ৰখা হৈছে”

(iii) To make a year and a revolution around the sun all types of things and weather must be. Take into consideration.

এক বছৰ আৰু এক বিপ্লৱ বনাবলৈ সূৰ্য্য আৰু সকলো ধৰণৰ বস্তু আৰু বতৰ ক বিবেচনাত ল’ব লাগিব।

Ans: ” But all sorts of things and weather Must be taken in together
To make up a year
And a sphere.

উত্তৰ: ” কিন্তু সকলো ধৰণৰ বস্তু আৰু বতৰ একেলগে ল’ব লাগিব
এবছৰ পূৰণ কৰিবলৈ
আৰু এটা গোলক।

  1. Read the following lines:
    তলত দিয়া বাক্য কেইতা পঢ়া :

But all sorts of things and weather
কিন্তু সকলো ধৰণৰ বস্তু আৰু বতৰ

Must be taken in together
একেলগে ল’ব লাগে

To make up a year,
এটা বছৰ বনাবলৈ

And a sphere
আৰু এক মণ্ডল

Why does the poet talk about a year and a sphere ?

কবিয়ে কিয় এটা বছৰ আৰু এক মণ্ডল ৰ কথা কৈছে ?

Ans: The poet talked about a year and a sphere because according to him it requires every things , creatures, weather etc to create the world. It means , every good and bad things matter in this world.

কবিয়ে এটা বছৰ আৰু এক মণ্ডল ৰ কথা কৈছে কাৰণ তেওঁৰ মতে বিশ্ব এখনত গঠিত হবলৈ সকলো বস্তু , প্ৰাণী , বতৰ ইত্যাদি বোৰৰ প্ৰয়োজন । ইয়াৰ অৰ্থ হ’ল যে , সকলো ভাল আৰু বেয়া দুয়োটা বস্তুই এই ব্ৰক্ষ্মান্ড খনত দৰকাৰী ।

  1. Here are some sentences related to the poem. which sentences are tree and which are not true ? Correct the ones which are wrong and write the correct sentences in your notebook:

ইয়াতপদ্য টোৰ লগত সম্বন্ধিত কেইতামান বাক্য দিয়া হৈছে। কোনকেইটা বাক্য শুদ্ধ আৰু কোনকেইটা ভুল ? ভূল বাক্য কেইতা শুদ্ধৰাই শুদ্ধ বাক্য কেইতা তোমাৰ বহীত লিখা ঃ

(a) The mountain called the squirrel ” Little Prig” .

পৰ্বতে কেৰ্কেটুৱাই ”লিটল প্ৰিগ”বুলি ক’লে ।

Ans: True ( শুদ্ধ)

(b) The squirrel told the mountain that it wasn’t a disgrace to be small .

কেৰ্কেটুৱাই পৰ্বতক ক’লে যে সৰু হোৱাটো কোনো লাজৰ কথা নহয় ।

Ans: True .(শুদ্ধ)

(c) The mountain is not as spry as the squirrel.

পৰ্বত খন কেৰ্কেটুৱাৰ সমান ফূৰ্তিবাজ নহয় ।

Ans: True (শুদ্ধ)

(d) The squirrel can carry a forest on his back .

কেৰ্কেটুৱাই তাৰ পিঠিত হাবি এখন তুলিব পাৰে ।

Ans: False (ভুল)

Correct Sentence (শুদ্ধ বাক্য)
The Mountain can carry a forest on his back.

পৰ্বতে তাৰ পিঠিত এখন হাবি তুলিব পাৰে ।

  1. Discuses in groups and share your answers with the class :

গ্ৰ্ৰোপ ৰ সকলোৰে লগত আলোচনা কৰা আৰু তলৰ প্ৰশ্ন কেইতাৰ উত্তৰ সমূহ সকলোৰে লগত শ্বেয়াৰ কৰাঃ

(a) What was the cause of the fight between the mountain and the squirrel ? why do you think so ?

পৰ্বত খন আৰু কেৰ্কেটুৱাৰ মাজত হোৱা কাজিয়া খনৰ কাৰণ কি আছিল ? তুমি তেনেদৰে কিয় ভাবা ?

Ans: The cause of the fight between the mountain and the squirrel was that both of them were proud of their strengths. They think one is greater than the other.

পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত হোৱা কাজিয়া খনৰ কাৰণ হ’ল যে সিহঁত দুয়োয়ে নিজৰ নিজৰ শক্তিক লৈ গবীত । সিহঁতে ভাবে যে এজন আনজনতকৈ অধিক শক্তিশালী ।

          I think so because the mountain and the squirrel left no chance to humiliate each other . 

মই এইদৰে এইকাৰনে ভাবো কাৰণ পৰ্বত আৰু কেৰ্কেটুৱাই এজনে আনজনক অপমান কৰিবলৈ এটা সুযোগ ও বাদ নিদিলে ।

(b) Tell your partner two things you like about the squirrel and two things you dislike about the mountain :

তোমাৰ লগৰ বোৰক তুমি কেৰ্কেটুৱাৰ কোন দুটা গুণ ভাল পালা আৰু পৰ্বতৰ কোন দুটা গুন বেয়া পালা লিখা ঃ

Ans: The two things that I like about the squirrel are that :

দুটা বস্তু কেৰ্কেটুৱাৰ বিষয়ে মোৰ ভাল লগা কথা ঃ

(i) He is happy with his small body structure .

সি তাৰ গাৰ সৰু আকাৰ টো লৈ সুখী ।

(ii) He is proud of his skills.

সি তাৰ কৌশল বোৰৰ বাবে গৌৰম্বিত ।

The two things I dislike about the mountain are :

দুটা বস্তু পৰ্বতৰ বিষয়ে মোৰ বেয়া লগা কথা ঃ

(i) The mountain insulted the squirrel by calling him ” Little prig”.

পৰ্বত খনে কেৰ্কেটুৱা টোক অপমান কৰিছিল তাক ‘লিটল প্ৰিগ” বুলি মাতি ।

(ii) The mountain is very proudy of his larger size.

পৰ্বত খনে বহু গৰ্ব কৰিছিল তাৰ প্ৰকাণ্ড আকাবৰ বাবে ।

  1. Have you heard about the folk tale of the old man and his wife ? They were quarreling about whose work was harder . Read and enjoy the story !

তোমালোকে বাৰু বুঢ়া আৰু বুঢ়ীৰ সেই সাধু কথাটো সুনিছা নে ? তেওঁলোকে কাৰ কাম বেছি কঠিন সেই লৈ তৰ্ক কৰিছিল । গল্প টো পঢ়ী আনন্দ লোৱা ঃ

One upon a time there was on old man who lived with his wife on a form . এসময়ৰ কথা য’ত এজনে বুঢ়া মানুহ তেওঁৰ পত্নীৰ লগত এখন ফাৰ্মত বাস কৰিছিল । One day they had a big quarrel . এদিন তেওঁলোকৰ মাজত দাঙৰ তৰ্ক হ’ল । The old man said , ” keep quiet ,woman ! বুঢ়া মানুহ জনে ক’লে , ”মনে মনে থাকা ! You are so lucky .তুমি বহুত ভাগ্যবান । You do easy work , you get time to rest and to enjoy yourself with your friends .” তুমি ইমান সহজ কাম কৰা , তুমি বিশ্ৰাম কৰিবলৈ সময় পোৱা আৰু নিজৰ বন্ধু বৰ্গৰ লগত ফুতি কৰিব পাৰা । The old lady was very angry . বুঢ়ী মানুহ জনীৰ বহুত খং উঠিল । ” How dare you say that ! I do such hard work ! I work form morning till night cleaning the house , cooking food for you , washing your clothes , feeding the animals . Try doing it one day ! ” ”তুমি কি সাহসত এইয়া কলা ! মই ইমান কঠিন কাম কৰোঁ ! মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰ চাফা কৰো , তুমাৰ কাৰণে খানা বনাওঁ , তোমাৰ কাপোৰ ধোওঁ , জন্তু বোৰৰ আলপৈচন ধৰো । এদিন এইখিনি কৰিবলৈ চেষ্টা কৰিবাচোন ! ” So the old man stayed at home to do house work , and his wife went to the paddy field with the plough and the bullocks . বুঢ়া জনে ঘৰৰ কাম কৰিবলৈ ঘৰত থাকিলে আৰু তেওঁৰ পত্নী হাল খন আৰু দমৰা দুটা লৈ ধানৰ পথাৰ খনৰ ফালে গ’ল ।

What do you think happened that day ?

সেইদিনা কি হ’ল বুলি তোমালোকে ভাবা ?

Whose work was easier ? কাৰ কামবোৰ সহজ আছিল ? Think of an ending of the story . এই কাহিনীটোৰ শেষ পৰিনতি ভাবা । Discuss you thoughts with the friend next to you and share it with the class . তুমি তোমাৰ লগত থকা বন্ধুৰ লগত কথাটো আলোচনা কৰা আৰু শ্ৰেণীত সকলোকে কোৱা ।

Ans: That day might be both the old man and the old lady had realised that they were wrong after returning home . সেইদিনা হ’ব পাৰে বুঢ়া আৰু বুঢ়ীয়ে ঘৰলৈ ঘুৰি অহাৰ পাছত অনুভৱ কৰিলে যে দুয়োজন ভূল । Because ones work can never be easier . কাৰণ কাৰো কাম কেতিয়াও সহজ নহয় । we should respect everyone’s work .আমি সকলোৰে কামৰ সন্মান কৰিব লাগে ।

  1. Your teacher has written a sentence on the blackboard . Read it .

তোমাৰ শিক্ষকে এটা বাক্য ব্লেকব’ৰ্দত লিখি দিছে । পঢ়া ।

(a) The mountain said to the squirrel , ” You are a little prig.” পৰ্বতে কেৰ্কেটুৱাক ক’লে , ”তুমি এটা লিটল প্ৰিগ ” । The words used by the mountain to call the squirrel are given in inverted commas . পৰ্বতে কেৰ্কেটুৱাক মাতিবলৈ ব্যৱহাৰ কৰা শব্দ কেইতা উদ্ধ কমাৰ ভিতৰত দিয়া হৈছে । When the exact words used by the speaker is given in inverted commas , we call the words or sentences – direct speech. যেতিয়া কথা কওঁতা জনে কোৱা সঠিক শব্দ কেইতা উদ্ধ কমাৰ ভিতৰত দিয়া হয় , আমি সেই শব্দ কেইটা বা বাক্য টোক – দাইৰেক্ট স্পিটচ্ বুলি কওঁ ।

We can rewrite the sentence by providing the information indirectly as follows :

আমি বাক্য টো পুনৰ ইনদাইৰেক্ট বাৰ্তা প্ৰদান কৰি লিখিব পাৰো ঃ

The mountain told the squirrel that he was a little prig .

পৰ্বতে কেৰ্কেটুৱাক ক’লে যে শি এটা লিটল প্ৰীগ আছিল ।

This is an example of an indirect narration or indirect speech . Here is another example :

এইটো এটা ইনদাইৰেক্ট নেৰেচনৰ উদাহৰণ – বা ইনদাইৰেক্ট স্পিটচ্ । ইয়াৰ আৰু এটা উদাহৰণ দিয়া হৈছে ঃ

(b) Bun said to the mountain ,” you are very big”.

বান টোৱে পৰ্বতক ক’লে ,”তুমি বহুত বিশ্বাস ”।

Bun told the mountain that he was very big .

বান টোৱে পৰ্বতক ক’লে যে তেওঁ বহুত বিশাল আছিল ।

What changes did you notice when the sentences in direct speech was turned into indirect speech ?

তোমালোকে কি পৰিবৰ্তন মন কৰিলা যেতিয়া দাইৰেক্ট স্পিটচ্ টো ইনদাইৰেক্ট স্পিটচ লৈ সলনি হ’ল ?
(i) You must have seen that inverted commas and commas are removed.

তোমালোকে হৈতো দেখিলা যে উদ্ধ কমা আৰু কমা বোৰ আতৰ হৈ গ’ল ।

(ii) The word ‘ that ‘ is added.

‘that’ (যে) শব্দটো জোৰা লগোৱা হ’ল ।

(iii) The verb ‘are’ which is in the present tense changed to ‘was’ in the past tense.

ভাৰ্ব ‘are’যি এটা প্ৰেজন্ত তেঞ্চ সলনি হৈ পাচ তেঞ্চ ‘was’হ’ল ।

(iv) The pronoun ‘you’ became ‘he’

প্ৰনাত্তন ‘you’ টো ‘he’ হ’ল ।

Punctuation in direct speech is important. Be careful while using the comma . the quotation marks and the full stop e.g. Bun said to the mountain,”you are very big.”

পানচুৱেচন বোৰ দাইৰেক্ট স্পিটচত দৰকাৰী কমা বোৰ ব্যৱহাৰ কৰোতে সাৱধান হবা , ক’টেছন মাৰ্ক আৰু ফুল স্তপ ,উদাহৰণ – বান টোৱে পৰ্বতক ক’লে,” তুমি বহুত বিশাল ।”
Now try and change the following sentences from direct to indirect speech .

তলত দিয়া বাক্য কেইতা দাইৰেক্টৰ পৰা ইনদাইৰেক্ট স্পিট্চ লৈ পৰিবৰ্তন কৰা ঃ

(i) Anurag said to Anu,” you are lazy girl.”

অনুৰাগে অনুক ক’লে ,”তুমি এজনী এলেহুৱা ছোৱালী । ”

Anurag said told Anu that she was a lazy girl .

অনুৰাগে অনুক ক’লে যে তাই এজনী এলেহুৱা ছোৱালী আছিল ।

(ii) Anu said to Anurag ,” You are doubtless very Smart”.

অনুয়ে অনুৰাগক ক’লে ,”তুমি নিঃসন্দেহ বহুত চতুৰ ।”

⇒ Anu told Anurag that he was doubtless very smart.

অনুয়ে অনুৰাগক ক’লে যে সি নিঃসন্দেহ বহুত চতুৰ আছিল ।

(iii) He said to her ,” I play cricket .”

সি তাইক ক’লে ,”মই ক্ৰিকেট খেলোঁ ” ।

He told her that he played cricket .

সি তাইক ক’লে যে সি ক্ৰিকেট খেলিলে ।

(iv) She replied,” I don’t paly cricket .”

তাই উত্তৰ দিলে,”মই ক্ৰিকেট নেখেলো । ”

She replied that she didn’t play cricket .

তাই উত্তৰ দিলে যে তাই ক্ৰিকেট খেলো নাছিল ।

(v) She added ,” I dance Bihu .”

তাই জোৰা দিলে ,”মই বিহু নাছোঁ ।”

She added that she danced Bihu.

তাই জোৰা দিলে যে তাই বিহু নাছিছিল ।

(vi) He said to her , ” I don’t dance Bihu.”

সি তাইক ক’লে , ”বিহু নানছো ।”

He told her that he didn’t dance Bihu.

সি তাইক ক’লে যে সি বিহু নছা নাছিল।

(vii) Arun said ,” A lazy girl cannot dance .”

অৰুণে ক’লে ,” এজনী এলেহুৱা ছোৱালীয়ে নাচিব নাজানে । ”

Arun told that a lazy girl cannot dance .

অৰুণে ক’লে যে এজনী এলেহুৱা ছোৱালী যে নাচিব নাজানে ।

  1. you know that we have names for people who do different kinds of work . For example : you are a student because you study in school Do you know other such names ? Fill in the table below with appropriate names .

তোমালোকে জানা নে যে আমাৰ হাতত বিভিন্ন প্ৰকাৰৰ কাম কৰা মানুহৰ নাম আছে । উদাহৰণ হিচাপে ঃ তুমি এজন ছাত্ৰ কাৰণ তুমি স্কুলত পঢ়া । তুমি বাৰু তেনেকুৱা আৰু নাম জানা নে ? তলত দিয়া তেবুল খনৰ খালী ঠাই পূৰ কৰা ঃ

(i) Who serves us food in a restaurant –

আমাক ৰেস্তোৰাঁত খাদ্য কোনে যোগান ধৰে –

Waiter (ৱেইটাৰ)

(ii) Who takes care of sick or injured people ?

বেমাৰী আৰু আহত মানুহক কোনে শুশ্ৰূষা কৰে –

Doctor (ডাক্টৰ)

(iii) Who teaches us in school –

আমাক স্কুলত কোনে পঢাই –

Teacher (শিক্ষক)

(iv) Who operates the controk of an aircraft –

এখন বিমানৰ নিয়ন্ত্ৰনৰ সঞ্চালনা কোনে কৰে –

Pilot (পাইলত)

(v) Who takes care of our teeth –

কোনে আমাৰ দাঁতৰ শুশ্ৰূাষা কৰে –

Dentist ( দেনতিষ্ট )

(vi) Who puts out fires-

কোনে জুই নুমোৱাই –

Fireman (ফায়াৰমেন )

  1. What would you like to be when you grow up ? Think of five reasons why you have chosen this profession and share them with the class :

তুমি ডাঙৰ হ’লে কি হ’ব বিচৰা ? ৫ টা কাৰণ দি লিখা তুমি কিয় এইটো পেশা বাচি ল’লা আৰু শ্ৰেণী সকলোৰে লগত শ্বেয়াৰ কৰাঃ

Ans: I want to be a Doctor.

মই এজন ডাক্তৰ হ’ব বিচাৰো ।

The five reasons are –

পাচঁতা কাৰণ হ’ল –

(i) I love to help people .

মই মানুহক সহায় কৰি ভাল পাওঁ ।

(ii) I like when people live happy life.

মোৰ ভাল লাগে যেতিয়া মানুহে সুখী জীৱন যাপন কৰে ।

(iii) It is a respectable job.

ই এটা সন্মানীয় কাম ।

(iv) I want to do this because there is lack of doctors in rural areas.

মই এইটো কৰিব বিচাৰিছো কাৰণ গ্ৰাম্য অঞ্চল বোৰত ডাক্তৰৰ অভাৱ ।

(v) I will learn new things daily .

মই সদায় নতুন নতুন কথা শিকিব পাৰিম ।

  1. The pictures given below show people practising different occupations or profession . Read and complete the sentences with appropriate words:

তলত দিয়া চবি কেইতাই এইটো দেখাই যে মানুহে বিভিন্ন ব্যৱসায় বা পেশা ৰ অভ্যাস কৰে । বাক্য কেইতা পঢ়ি সঠিক শব্দ ব্যৱহাৰ কৰি বাক্য টো সম্পূৰ্ন কৰা ঃ

(a) (i) Terang is a farmer . He grows fruits and vegetables . He supplies food to the people living in towns and cities .

তেৰাং এজন খেতিয়ক । সি ফল আৰু শাক-পাচলিৰ খেতি কৰে। সি চহৰ আৰু নগৰত থকা মানুহলৈ খাদ্য প্ৰদান কৰে ।

(ii) Reshma is a shopkeeper. People get their grocery supplies from her shop .

ৰেচমা এজনী দুকানী । মানুহে তাইৰ দোকান ৰ পৰা গেলা মালৰ বস্তু পাই ।

(iii) Robert is a driver . He drives the car of the Governor . He is very honest and hard working .

ৰৰ্বাত এজন ড্ৰাইভাৰ । সি গৱৰ্ণৰৰ গাড়ী চলাই । সি বহুত সত আৰু পৰিশ্ৰমী ।

(iv) Neboli is a pilot . she flies the aeroplane to different parts of the country . she is very careful because the lives of the pass engers depend upon her .

নেবলী এগৰাকী পাইলত । তেওঁ দেশৰ বিভিন্ন ঠাইত বিমান উৰাই । তেওঁ বহুত সতৰ্ক হৈ থাকে কাৰণ যাত্ৰী সকলৰ জীৱন তেওঁৰ হাতত থাকে ।

(v) Akhilesh is a soldier . He is very brave . He guards our borders against enemies .

অখীলেশ শত্ৰুৰ বিপক্ষে আমাৰ শিমাত সংৰক্ষন দিয়ে ।

(vi) Mrs. Agarwal is a famous Industrialist . she is a hard working woman . she employs over a hundred people in her industrial company . Mrs. Agarwal

এগৰাকী বিখ্যাত উদ্যােগতি । তেওঁ এগৰাকী পৰিশ্ৰমী মহিলা । তেওঁ নিজৰ উদ্যােগীক কোম্পানীত শ ত কৈও অধিক মানুহক নিয়ুক্ত কৰে ।

(vii) Tina is an architect . she works in a firm that designs houses and factories .

তিনা এগৰাকী আৰকীতেক্ত । তেওঁ এটা সংস্থাত কাম কৰে য’ত ঘৰ আৰু কাৰখানা বোৰৰ ৰূপাস্কন কৰে ।

(b) Fill in the gaps in the sentences below using the information given below . Use although where needed :

বাক্য বোৰৰ বাৰ্তা প্ৰদান কৰি তলত দিয়া বাক্য কেইতা পূৰুৱা ঃ

(i) Although Mr. Shekar Sharma is the Governor , when he is in his car , his life depends on the Driver .

যদিও শ্বেখৰ শৰ্মা এজন গভৰ্ণৰ , জেতিয়া তেওঁ নিজৰ গাড়ীত থাকে , তেওঁৰ জীৱন দ্ৰাইভাৰ জনৰ ওপৰত নিৰ্ভিত ।

(ii) Although Terang is not as rich or powerful as Mr. Sharme , Mrs. Agarwal and tine , they will get food to eat only if farmers like Terang grow crops in the fields.

যদিও তেৰাং মিস্তাৰ শৰ্মাৰ সমান ধনী নাইবা শক্তিশালী নহয় , মিস্তাৰ আগৰৱাল আৰু তিনা , তেওঁলোকে খাদ্য খাবলৈ তেতিয়াহে পাব যদি তেৰাংৰ দৰে খেতিয়কে খেতি কৰে ।

(iii) Although Akhilesh is not a general , the people of the country are safe because of soldier like him .

যদিও অখিলেশ এজন জেনেৰেল নহয় , দেশৰ মানুহ বোৰ তেওঁৰ দৰে সৈনিকৰ বাবে সুৰক্ষিত ।

(iv) Grocers like Reshma can do business only because farmers like Terang produce things which she sells in her shop .

ৰেচমাৰ দৰে দুকানিয়ে ব্যৱসায় কৰিব পাৰে একমাত্ৰ তেৰাংৰ দৰে খেতিয়কে বস্তু উৎপাদন কৰে বাবে যিবোৰ তেওঁ নিজৰ দোকানত বিক্ৰি কৰে ।