AJB Class 3 Science Chapter 3 Answer পানী

Chapter 3

পানী

◻️ প্ৰশ্নাৱলী

(১) বিশুদ্ধ পানীৰ দুটা গুণ লিখা ।

উত্তৰঃ

(২) কুঁৱা, পুখুৰীৰ পানীত কিয় চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ দিয়া হয় ?

উত্তৰঃ

(৩) পানী কিয় বৰ লাগতিয়াল বস্তু ?

উত্তৰঃ

(৪) আমি পানী ক’ৰ পৰা পাওঁ ?

উত্তৰঃ

(৫) বৰষুণৰ পানীবোৰ ক’লৈ যায় ?

উত্তৰঃ

(৬) সাগৰত পানীৰ পৰিমাণ বেছি কিয় ?

উত্তৰঃ

(৭) মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰো ?

উত্তৰঃ

(৮) অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি ?

উত্তৰঃ

(৯) কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা ।

উত্তৰঃ

(১০) পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ

(১১) কুঁৱা, দমকলৰ চাৰিওফাল কিয় পকী হ’ব লাগে ?

উত্তৰঃ

(১৩) পানীত পমি যোৱা পাঁচবিধ গোটা আৰু পাঁচবিধ জুলীয়া বস্তুৰ নাম লিখা ।

উত্তৰঃ

(১৪) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

(ক) বৰষুণ নহ’লে পানী পোৱা যাব/নাযাব ।

উত্তৰঃ

(খ) খালৰ পানীত বেমাৰৰ বীজাণু থাকে/নাথাকে ।

উত্তৰঃ

(গ) বিশুদ্ধ পানীৰ সোৱাদ আছে/নাই ।

উত্তৰঃ

(ঘ) গৰম পানীত নিমখ সোনকালে মিহলি হয়/নহয় ।

উত্তৰঃ

(ঙ) পানীত মিহি গুড়ি চেনি মিহলি হ’বলৈ বেছি সময় লয়/নলয় ।

উত্তৰঃ

Type by : Pompi Hazarika