অগতানুগতিক শিক্ষা
শিক্ষাৰ্থীৰ কাম-৪
১। দূৰত্ব শিক্ষা বুলিলে কি বুজা ?
উত্তৰঃ
২। দূৰত্ব শিক্ষাৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ
৩। মুক্ত শিক্ষা কাক কোৱা হয় ?
উত্তৰঃ
৪। মুক্ত বিদ্যালয়ৰ শিক্ষার্থী কোন হ’ব পাৰে
উত্তৰঃ
৫ | মুক্ত বিদ্যালয়ৰ স্থাপন কৰাৰ উদ্দেশ্য কি ?
উত্তৰঃ
৬ | মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ ক’ত আৰু কেতিয়া স্থাপন কৰা হয় ?
উত্তৰঃ
৭ | অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি ৰখা হৈছে ?
উত্তৰঃ
প্রশ্নাবলী
১। অগতানুগতিক শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ বৈশিষ্ট্য সমূহ আলােচনা কৰা ।
উত্তৰঃ
২। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাক তুলনা কৰা ।
উত্তৰঃ
৩। অগতানুগতিক শিক্ষাৰ শিক্ষাৰ লক্ষ্যসমূহ কি কি ?
উত্তৰঃ
৪। অগতানুগতিক শিক্ষাৰ শৈক্ষিক গুৰুত্ব আলােচনা কৰা ।
উত্তৰঃ
৫। দূৰ শিক্ষা কি ? এই শিক্ষাৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰঃ
৬। দূৰ শিক্ষাৰ সংজ্ঞা দিয়া । এই শিক্ষা প্রদানৰ কেইটামান উপায় লিখা ।
উত্তৰঃ
৭। মুক্ত শিক্ষা কি ? মুক্ত শিক্ষাৰ লক্ষ্যবােৰৰ বিষয়ে লিখা ।
উত্তৰঃ
৮ | মুক্ত বিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা ।
উত্তৰঃ
৯। মুক্ত শিক্ষাৰ সবলতা আৰু দুর্বলতা সমূহৰ বিষয়ে লিখা ।
উত্তৰঃ