শিক্ষণ
অনুশীলনীঃ
১। শিক্ষণ কি ?
উত্তৰঃ
২। শিক্ষণৰ প্রধান বৈশিষ্ট্যৰবােৰ লিখা ।
উত্তৰঃ
৩। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভব হয় ? উদাহৰণেৰে সৈতে বুজাই লিখা ।
উত্তৰঃ
৪। অন্তদর্শন শিক্ষণ কি ? এই শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য নিৰূপণ কৰা ।
উত্তৰঃ
৫। অনুবন্ধনৰ দ্বাৰা শিক্ষণ কাক বােলে ? পেভ্লভৰ অনুবন্ধন প্রতিক্রিয়া তত্ত্বৰ শৈক্ষিক তাৎপর্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৬। শিক্ষণৰ মূল নীতিসমূহ কি কি ? এই নীতিসমূহ শ্ৰেণীকোঠাত কেনেকৈ ব্যৱহাৰ কৰা হয় আলােচনা কৰা ।
উত্তৰঃ
৭। অর্ন্তদর্শন শিক্ষণ কেনেকৈ সম্ভৱ হয় ? উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা ।
উত্তৰঃ
৮। থৰ্ণডাইকৰ শিক্ষণৰ নীতিসমূহ ব্যাখ্যা কৰা আৰু সিহঁতৰ শৈক্ষিক তাৎপর্য দেখুওৱা ।
উত্তৰঃ
৯। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ প্রধান বৈশিষ্ট্যবােৰ লিখা ।
উত্তৰঃ
১০। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
১১। “ শিক্ষণ হৈছে অভিজ্ঞা আৰু প্ৰশিক্ষণৰ যােগেদি আচৰণ সংশােধন কৰা কাৰ্য । ” বহলাই লিখা ।
উত্তৰঃ
১২ } চমুটোকা লিখা –
(ক ) অনুবন্ধনৰ দ্বাৰা শিক্ষণ ।
উত্তৰঃ
( খ ) অন্তদর্শন শিক্ষণ পদ্ধতি ।
উত্তৰঃ
( গ ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ ।
উত্তৰঃ
( ঘ ) ফলাফলৰ নীতি ।
উত্তৰঃ
(ঙ ) প্রস্তুতিৰ নীতি
উত্তৰঃ
( চ ) অনুশীলনৰ নীতি ।
উত্তৰঃ
১৩। তলত দিয়া উক্তিবােৰ সঁচা নে মিছা লিখা –
( ক ) শিক্ষণ সমস্যা সমাধান কার্য ।
উত্তৰঃ
( খ ) অন্তর্দর্শনৰ দ্বাৰা শিক্ষণ হৈছে শিক্ষণৰ এক যান্ত্রিক প্রক্রিয়া ।
উত্তৰঃ অশুদ্ধ।
( গ ) শিক্ষণ পৰিপক্কতাৰ ওপৰ নিৰ্ভৰশীল নহয় ।
উত্তৰঃ অশুদ্ধ।
( ঘ ) অর্ন্তদর্শন শিক্ষাৰ উচ্চ পদ্ধতি ।
উত্তৰঃ শুদ্ধ।
( ঙ ) শিক্ষণ এক জীৱজোৰা প্রক্রিয়া ।
উত্তৰঃ শুদ্ধ।
( চ ) শিক্ষণ আচৰণৰ ভেটি ।
উত্তৰঃ শুদ্ধ।
১৪। উপযুক্ত শব্দৰে খালীঠাই পূৰ কৰা –
( ক ) প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি দ্বাৰা সমথিওঁত আছিল ।
উত্তৰঃ থৰ্ণডাইক।
( খ ) গেষ্টান্ট এটা শব্দ ।
উত্তৰঃ জাৰ্মান।
( গ ) অনুশীলনৰ নীতি দ্বাৰা প্রকাশিত হৈছিল ।
উত্তৰঃ
( ঘ ) অভিজ্ঞতাৰ যােগেদি সংশােধনেই হৈছে শিক্ষণ ।
উত্তৰঃ আচৰণ।
( ঙ ) শিক্ষণৰ অনুবন্ধন ( মৌলিক ) তত্ত্বৰ এজন প্রবর্তক আছিল ।
উত্তৰঃ আইলভাৰ পেভলভ।