কৰুণতম
আৰ্হি প্ৰশ্নঃ
(ক) অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ:
2। নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?
উত্তৰ:
৩। `কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?
উত্তৰ:
৪। `কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰ:
৫। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?
উত্তৰ:
(খ) চমু প্ৰশ্নঃ (মূল্যাংক ২/৩)
১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?
উত্তৰ:
2। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?
উত্তৰ:
৩। নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?
উত্তৰ:
৪। কৰুণতম’ আৰু
সুবাস’ শব্দৰ অৰ্থ লিখা?
উত্তৰ:
৫। `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট লিখা ?
উত্তৰ:
(গ) দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)
১। `কৰুণতম’ কবিতাৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷
উত্তৰঃ
২। `কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা ৷
উত্তৰ:
৩। `কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ৷
উত্তৰ:
৪। `কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷
উওৰ:
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
মই মোক
মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম
ক’ত??
উত্তৰ: