AHSEC Class 11 Geography Chapter 5 মনিক আৰু শিলা পাঠটোৰ উত্তৰ

মনিক আৰু শিলা

-প্ৰশ্নাৱলী-

১। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(i) গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?

(ক) লৌহ আৰু নিকেল (খ) চিলিকা আৰু এলুমিনিয়াম

(গ) লৌহ আৰু ৰূপ (ঘ) লৌহ আৰু অয়স্ক আৰু প’টাছিয়াম

উত্তৰঃ

(ii) তলত উল্লেখ কৰা – কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?

(ক) পৰিৱৰ্তনশীল (খ) স্ফটিকযুক্ত

(গ) ফ’লিয়েচন (ঘ) স্থিৰতা

উত্তৰঃ

(iii) কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?

(ক) সোণ, (খ) অভ্ৰ

(গ) ৰূপ (ঘ) গ্ৰাফাইট/খনিজ ক’লা মাটি ।

উত্তৰঃ

(iv) আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ?

(ক) ট’পাজ (খ) কোৱাৰ্জ

(গ) হীৰা (ঘ) ফেলছপাৰ

উত্তৰঃ

(v) তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?

(ক) টিলাইট (খ) ব্ৰেচিয়া

(গ) বোৰাক্স (ঘ) মাৰ্বল

উত্তৰঃ

২) উত্তৰ লিখা (৩০ টা শব্দৰ ভিতৰত)

(i) শিলা বুলিলে কি বুজা ? তিনিপ্ৰকাৰৰ শিলা কি কি ?

উত্তৰঃ

(ii) আগ্নেয় শিলা কি? ই কেনেকৈ গঠন হয় ? আগ্নেয়শিলাৰ বৈশিষ্ট্য কি ?

উত্তৰঃ

(iii) গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ?

উত্তৰঃ

(iv) শৈল চক্ৰ কি ? চিত্ৰসহ বুজাই লিখা ।

উত্তৰঃ

৩) উত্তৰ লিখা (১৫০ টা শব্দৰ ভিতৰত)

(i) খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ।

উত্তৰঃ

(ii) ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ।

উত্তৰঃ

(iii) ৰূপান্তৰিত শিলা কি ? বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিলাৰ বৰ্ণনা দিয়া । সেইবোৰৰ সম্বন্ধে লিখা ।

উত্তৰঃ