Assam Higher Secondary Education Council Board
আমাৰ এই website Daily Assam (DA)ত উচ্চতৰ মাধ্য়মিক প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ প্ৰতিটো অধ্য়ায়ৰ প্ৰতিটো অংক সহজ আৰু সৰলভাৱে সম্পূৰ্ণকৈ সমাধান কৰি দিয়া হৈছে। অংকসমূহ সমাধান কৰোতে এই কথা বিশেষভাৱে মনত ৰখা হৈছে যাতে সেইবোৰ সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বোধগম্য় হয়।
ছাত্ৰ-ছাত্ৰীৰ গণিত বিষয়ৰ আধাৰ সৰলভাৱে গঢ় লোৱাত আমাৰ এই website Daily Assam (DA) সহায়ক হোৱাৰ আশাৰে প্ৰয়োজন অনুসৰি সংযোজিত চিত্ৰসমূহ সম্পূৰ্ণ শুদ্ধ আৰু পৰিষ্কাৰকৈ দিয়াৰ বাবে যত্ন কৰা হৈছে। আমাৰ এই website Daily Assam (DA)ত প্ৰথম বাৰৰ বাবে গণিত বিষয় প্ৰকাশ কৰাৰ হেতুকে দুই এঠাইত কিছু ভুল হৈ যোৱাৰ সম্ভাৱনা আছে।
Class 11 Mathematics Book Solution
Lesson 1 সংহতি
Lesson 2 সম্বন্ধ আৰু ফলন
Lesson 3 ত্ৰিকোণমিতীয় ফলন
Lesson 4 গণিতীয় আৰোহ-তত্ত্ব
Lesson 5 জতিল সংখ্যা আৰু দ্বিঘাত সমীকৰণ
Lesson 6 ৰৈখিক অসমিকা
Lesson 7 বিন্যাস আৰু দল
Lesson 8 দ্বিপদ উপপাদ্য
Lesson 9 অনুক্ৰম আৰু শ্ৰেণী
Lesson 10 সৰলৰেখা
Lesson 11 শাংকৱ ছেদ
Lesson 12 ত্ৰিমাত্ৰিক জ্যামিতিৰ প্ৰাথমিক ধাৰণা
Lesson 13 সীমা আৰু অৱকলজ
Lesson 14 গাণিতিক যুক্তি-তত্ত্ব
Lesson 15 পৰিসংখ্যা বিজ্ঞান
Lesson 16 সম্ভাৱিতা