শিক্ষাবিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যাবিজ্ঞান
প্রশ্নাৱলী
১। পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ লিখা ।
উত্তৰঃ
২। শিক্ষা আৰু মনােবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্রয়ােজনীয়তা সম্পর্কে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
৩ । বাৰবাৰতা বিভাজন তালিকা কিয় প্রস্তুত কৰিব লাগে বুজাই লিখা ।
উত্তৰঃ
৪। উসত 25 টা সংখ্যাৰ পৰা 5 একক শ্রেণী অন্তৰাল লৈ এখন বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰা আৰু বিভাজন তালিকাৰ পৰা আয়ত চিত্ৰ আৰু বহুভূজ অংকন কৰা ।
25 36 45 45 42
20 38 24 24 50
22 40 25 25 21
30 40 31 31 22
35 41 35 35 22
উত্তৰঃ
৫। তলত দিয়া বাৰংবাৰতা তালিকাৰ পৰা বাৰংবাৰতা বহুভূজ আৰু আয়তচিত্ৰ অংকন কৰা ।
শ্ৰেণী অন্তৰাল বাৰংবাৰতা
55-59 1
50-59 1
45-49 3
40-44 4
35-39 12
30-34 6
25-29 7
20-24 2
N=36
উত্তৰঃ
৬। দণ্ডচিত্ৰ আৰু বৃত্ত চিত্ৰ কি ? তলত দিয়া তথ্যখিনি বৃত্তৰটচিত্তৰে প্ৰকাশ কৰাঃ
বছৰ 1980 1981 1982 1983 1984 1985
উত্তীৰ্ণ ছাত্ৰৰ সংখ্যা 10 14 15 13 16 19
উত্তৰঃ
৭। কেন্দ্রীয় প্রকৃতিৰ জোখ বুলিলে কি বুজা ? উপযুক্ত উদাহৰণ সহ প্রতিবিধ কেন্দ্রীয় প্রবৃত্তিৰ জোখৰ চমু বর্ণনা কৰা ।
তলত দিয়া অসমুহিত ৰাশিসমূহৰ গড় মধ্যমা আৰু বহুলক নির্ণয় কৰা ।
( ক ) 10 , 12 , 14 , 12 , 12 , 16 , 20 , 25 , 32
( খ ) 22 , 23 , 22 , 25 , 26 , 32 , 33 , 22 , 35 , 37
উত্তৰঃ
৮। গড় মধ্যমা আৰু বহুলক কাক বােলে লিখা ।
উত্তৰঃ
৯। তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা গড় , মধ্যমা আৰু বহুলক নির্ণয় কৰা ।
শ্ৰেণী অন্তৰাল09-9485-8980-8475-7970-7465-6960-6455-5950-54 বাৰংবাৰতা225384231
N=30
উত্তৰঃ
১০। বিচ্যুতি বুলিলে কি বুজা ? ভিন্ন ভিন্ন ধৰণৰ বিচ্যুতিৰ জোখৰ নাম লিখা ।
উত্তৰঃ
১১। সামগ্ৰীৰ প্ৰসাৰ আৰু চতুর্থক বিচ্যুতি বুলিলে কি বুজা ব্যখ্যা কৰা ।
উত্তৰঃ
১২। ৯ নং প্রশ্নৰ তালিকা খনৰ পৰা চতুর্থক বিচ্যুতি নির্ণয় কৰা ।
উত্তৰঃ
১৩। তলত দিয়া ৰাশিসমূহৰ প্ৰসাৰ নির্ণয় কৰা-
35 , 30 , 42 , 43 , 29 , 45 , 32 , 30 , 30 , 28
উত্তৰঃ
১৪। কেন্দ্রীয় প্রৱণতাৰ জোখসমূহৰ প্রত্যেকৰে সুবিধা আৰু অসুবিধাসমূহ আলােচনা কৰা ।
উত্তৰঃ
১৫। বিচ্যুতিৰ জোখ হিচাপে প্ৰসাৰ আৰু চতুর্থক বিচ্যুতিৰ সুবিধা আৰু অসুবিধাসমূহৰ তুলনামূলক আলােচনা কৰা ।
উত্তৰঃ
১৬। পৰিসংখ্যা বুলিলে কি বুজা ? শিক্ষাত ইয়াৰ প্ৰয়ােগ সম্বন্ধে লিখা ।
উত্তৰঃ
১৭। বাৰংবাৰতা বহুভূজ অৰুআয়তচিত্ৰৰ দুটা পার্থক্য লিখা | বাৰংবাৰতা বিভাজনৰ লেখচৈত্রিক উপস্থাপনৰ প্রয়ােজন কি বুজাই লিখা ।
উত্তৰঃ
১৮। তুমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ একাদশ শ্রেণীৰ ৫০ জন ছাত্র – ছাত্রীব প্রত্যেকৰ ওজনৰ ( weight ) সংগ্রহ কৰি ৫ একক ( unit ) লৈ এখন বাৰংবাৰ বহুভূজ আৰু আয়তচিত্র আঁকি দেখুওৱা ।
উত্তৰঃ